Assameseঅসম ক্ৰিকেটত নতুন যুগৰ সূচনা, সংযোগ হ’ল আৰু এখন অত্যাধুনিক ষ্টেডিয়ামঅসমৰ ক্ৰিকেটত সংযোগ হ’ল আৰু এখন অত্যাধুনিক ষ্টেডিয়াম। ডিমাহাছাওত নতুন ক্ৰিকেট ষ্টেডিয়াম মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ১৫ হাজাৰ দৰ্শক বহাৰ ব্যৱস্থা ACAৰ নতুন ষ্টেডিয়ামখনত। Naba Gogoi Dec 05, 2025 14:45 IST 1/5অসমৰ ক্ৰিকেটত সংযোগ হ’ল আৰু এখন অত্যাধুনিক ষ্টেডিয়াম 2/5ডিমাহাছাওত নতুন ক্ৰিকেট ষ্টেডিয়াম মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 3/5উমৰাংছ’ অত্যাধুনিক ক্ৰিকেট ষ্টেডিয়ামত থাকিব ৫ খনকৈ পিটছAdvertisment 4/5১৫ হাজাৰ দৰ্শক বহাৰ ব্যৱস্থা ACAৰ নতুন ষ্টেডিয়ামখনত 5/5মুখ্যমন্ত্ৰীৰ লগতে ডিমাহাছাওৰ নতুন ক্ৰিকেট ষ্টেডিয়াম মুকলি অনুষ্ঠানত উপস্থিত থাকে BCCIৰ সচিব দেৱজিৎ শইকীয়াAdvertismentAdvertisment Read the Next Article