Advertisment

কাইলৈ হ'ব বিৰল চন্দ্ৰগ্ৰহণ। খালী চকুৰেও আপুনি চাব পাৰিব চন্দ্ৰগ্ৰহণৰ দৃশ্য।

কাইলৈ অতিশয় ৰঙা হৈ পৰিব আমি দেখা চন্দ্ৰটো। নিশা পৃথিৱীয়ে চন্দ্ৰ আৰু সূৰ্যৰ মাজত কৰিব অৱস্থান। নিশা ৯:৫৭ মিনিটৰ পৰা মাজনিশা ১:২৭ মিনিট লৈ চলিব এই বলয়গ্ৰাস চন্দ্ৰগ্ৰহণ।

কাইলৈ হ'ব বিৰল চন্দ্ৰগ্ৰহণ। খালী চকুৰেও আপুনি চাব পাৰিব চন্দ্ৰগ্ৰহণৰ দৃশ্য। কাইলৈ অতিশয় ৰঙা হৈ পৰিব আমি দেখা চন্দ্ৰটো।

Advertisment

নিশা পৃথিৱীয়ে চন্দ্ৰ আৰু সূৰ্যৰ মাজত কৰিব অৱস্থান। নিশা ৯:৫৭ মিনিটৰ পৰা মাজনিশা ১:২৭ মিনিট লৈ চলিব এই বলয়গ্ৰাস চন্দ্ৰগ্ৰহণ।

পৃথিৱীৰ সম্পূৰ্ণ ছাঁ পৰিব চন্দ্ৰৰ ওপৰত।

এই মহাজাগতিক পৰিঘটনাক কোৱা হয় ব্লাড মুন।

চন্দ্ৰগ্ৰহণৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে গুৱাহাটী তাৰকাগৃহত। চন্দ্ৰগ্ৰহণৰ প্ৰতিটো ক্ষণ চাবৰ বাবে বিশেষ স্কীনৰ ব্যৱস্থা।

Advertisment
Advertisment