Advertisment

BJP-এ গাড়ীত তেল ভৰালেই নহ'ব, BJP-এ গাড়ী চলাবও লাগিবঃ মুখ্য়মন্ত্ৰী

'BJP-এ গাড়ীত তেল ভৰালেই নহ'ব, BJP-এ গাড়ী চলাবও লাগিব'। 'তেতিয়াহে আপোনালোকে সহায়-সুবিধা লাভ কৰিব'। BTRত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই BTR দখল কৰি বিজেপিয়ে অকলেই BTC চলোৱাৰ দিলে ইংগিত।

'BJP-এ গাড়ীত তেল ভৰালেই নহ'ব, BJP-এ গাড়ী চলাবও লাগিব'। 'তেতিয়াহে আপোনালোকে সহায়-সুবিধা লাভ কৰিব'।

Advertisment

আমি আঁচনি দিওঁ, ৰাইজে নাপায়। বিজেপিয়ে কেৱল আঁচনি দিলেই নহ'ব, কামো কৰিব লাগিব, তেতিয়াহে ৰাইজে পাব। 

BTRত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই BTR দখল কৰি বিজেপিয়ে অকলেই BTC চলোৱাৰ দিলে ইংগিত।