Advertisment

মন্ত্ৰী হ'ব BPFৰ চৰণ বড়ো। কাইলৈ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ

DY365ৰ হাতত হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ তথ্য। মাজবাটৰ বিপিএফ বিধায়ক চৰণ বড়োৱে মন্ত্ৰীসভাত স্থান পোৱাটো নিশ্চিত। শনিবাৰে দিনৰ ১১ বজাত নতুন মন্ত্ৰীৰূপে শপত ল’ব বড়োৱে।

 কোন হ'ব হিমন্তৰ কেবিনেটত নতুন মন্ত্ৰী? Photograph: (FILE)
কোন হ'ব হিমন্তৰ কেবিনেটত নতুন মন্ত্ৰী? Photograph: (FILE)
Advertisment
Advertisment