Assameseশ্যামকানুৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ আদালতৰ!প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ গোচৰৰ শুনানি সন্দৰ্ভত আদালতৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শ্যামকানু মহন্তৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ দিলে আদালতে। Jyotiprasad Sarma Mar 02, 2026 13:57 ISTশ্যামকানুৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ আদালতৰ! Photograph: (DY365) 1/4প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ গোচৰৰ শুনানি সন্দৰ্ভত আদালতৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনাজুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শ্যামকানু মহন্তৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ দিলে আদালতে 2/4বেংক একাউণ্ট ফ্ৰীজ কৰাৰ ক্ষেত্ৰত প্ৰচিকিউশ্যনে বিধি মানা নাছিল বুলি উল্লেখ কৰে আদালতেতদন্তকাৰী দলে BNSSৰ ধাৰা ১০৭ মানি চলা নাছিল বুলি আদালতে উল্লেখ কৰে 3/4আনফালে ১৯ মাৰ্চত হ’ব জুবিন হত্যা গোচৰৰ পৰৱৰ্তী শুনানি১২ ডিচেম্বৰত জুবিন গাৰ্গ হত্যাৰ অভিযোগনামা দাখিল কৰিছিল SITএAdvertisment 4/4১৯ ছেপ্টেম্বৰত ৰহস্যজনকভাৱে মৃত্যু হৈছিল জুবিন গাৰ্গৰ। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গার্গ, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত আৰু ব্যক্তিগত নিৰাপত্তাৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰা হৈছিল। AdvertismentAdvertisment Read the Next Article