Assameseমুখ্যমন্ত্ৰীৰ সম্মুখত জুবিনৰ ন্যায় বিছাৰি অনুৰাগীৰ প্ৰতিবাদআমাক জুবিনদাৰ ন্যায় লাগিবই...। মুখ্যমন্ত্ৰীৰ সন্মুখতে জুবিন গাৰ্গৰ ন্যায় বিচাৰি অনুৰাগীৰ প্ৰতিবাদ। নলবাৰীৰ টিহু নগৰৰ মাজমজিয়াত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত হাতে হাতে বেনাৰ-পোষ্টাৰ, জুবিনৰ ফটো লৈ জুবিনৰ ন্যায় বিছাৰিলে অনুৰাগীয়ে।Mrinmoy Talukdar Mar 09, 2026 16:50 ISTFile Photo 1/6মুখ্যমন্ত্ৰীৰ সম্মুখতেই জুবিনৰ ন্যায় বিছাৰি অনুৰাগীৰ প্ৰতিবাদ 2/6হাতে হাতে বেনাৰ-পোষ্টাৰ, জুবিনৰ ফটো লৈ ন্যায় বিছাৰিলে অনুৰাগীয়ে 3/6অনুৰাগীৰ দাবী, আমাক জুবিনদাৰ ন্যায় লাগিবইAdvertisment 4/6বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ মাজতে নলবাৰীৰ টিহু নগৰৰ মাজমজিয়াত প্ৰতিবাদ 5/6We want Justice, জুবিনৰ ন্যায় লাগিবই বুলি শ্লোগান অনুৰাগীৰ 6/6অনুৰাগীৰ হুংকাৰ- জুবিনৰ ন্যায় নাপালে বহি নাথাকে যুৱ প্ৰজন্মৰ ভোটাৰ Zubeen Garg Read More AdvertismentAdvertisment Read the Next Article