Advertisment

১৯ নৱেম্বৰৰ পৰা কোটি কোটি কৃষকৰ একাউণ্টত সোমাব ধন

হাতত মাত্ৰ এটা দিন, একাউণ্টে একাউণ্টে সোমাব চৰকাৰী ধন। PMKISANৰ কোটি কোটি কৃষকৰ বাবে আহি গ’ল ভাল খবৰ। PMKISANৰ ২১নং কিস্তিৰ ধনক লৈ বিগ আপডেট।

 ১৯ নৱেম্বৰৰ পৰা কোটি কোটি কৃষকৰ একাউণ্টত সোমাব ধন
Advertisment
Advertisment