Advertisment

সুখবৰ, নলবাৰীৰ পৰা গুৱাহাটীলৈ মুকলি হ'ল গ্ৰীণ বাছ সেৱা

নলবাৰীৰ পৰা গুৱাহাটীলৈ মুকলি গ্ৰীণ বাছ সেৱা। অসম ৰাজ্যিক পৰিবহন নিগম কাৰ্যালয় চৌহদত দুখনকৈ গ্ৰীণ বাছ সেৱা মুকলি কৰে বিটিচি চীফ হাগ্ৰামা মহিলাৰীয়ে।

 সুখবৰ, নলবাৰীৰ পৰা গুৱাহাটীলৈ মুকলি হ'ল গ্ৰীণ বাছ সেৱা Photograph: (file)
সুখবৰ, নলবাৰীৰ পৰা গুৱাহাটীলৈ মুকলি হ'ল গ্ৰীণ বাছ সেৱা Photograph: (file)
Advertisment
Advertisment