Assameseহৰিদ্বাৰত আজি দিনৰ ১২:৩০ বজাত ‘সুতক কাল’ৰ বাবে সন্ধিয়া গংগা আৰতি অনুষ্ঠিত হয়হৰিদ্বাৰত আজি দিনৰ ১২:৩০ বজাত ‘সুতক কাল’ৰ বাবে সন্ধিয়া গংগা আৰতি অনুষ্ঠিত হয়। গংগা আৰতিৰ পিছতেই বন্ধ কৰি দিয়া হৈছে হৰিদ্বাৰৰ সকলো মন্দিৰৰ দুৱাৰ।Anindita Kataki Sep 07, 2025 18:44 ISTহৰিদ্বাৰত আজি দিনৰ ১২:৩০ বজাত ‘সুতক কাল’ৰ বাবে সন্ধিয়া গংগা আৰতি অনুষ্ঠিত হয়। গংগা আৰতিৰ পিছতেই বন্ধ কৰি দিয়া হৈছে হৰিদ্বাৰৰ সকলো মন্দিৰৰ দুৱাৰ।#haridwar#lunareclipse#DY365pic.twitter.com/U5RkkD2yrO— DY365 (@DY365) September 7, 2025হৰিদ্বাৰত আজি দিনৰ ১২:৩০ বজাত ‘সুতক কাল’ৰ বাবে সন্ধিয়া গংগা আৰতি অনুষ্ঠিত হয়। গংগা আৰতিৰ পিছতেই বন্ধ কৰি দিয়া হৈছে হৰিদ্বাৰৰ সকলো মন্দিৰৰ দুৱাৰ। চন্দ্ৰ গ্ৰহণৰ বাবে দেশৰ ভিন্ন প্ৰান্তত থকা ইতিমধ্যই ভক্তৰ বাবে সন্ধিয়াৰ পূৰ্বেই আজি মন্দিৰৰ দুৱাৰ সময়তকৈ আগতেই বন্ধ কৰি দিয়া হৈছে। AdvertismentAdvertismentAdvertisment Read the Next Article