Advertisment
Anindita Kataki

Anindita Kataki

hagrama mahilari
Assamese

বড়োভূমিৰ কি বিভাগ, কাৰ হাতত? হাগ্ৰামাই কি কি দপ্তৰ ৰাখিলে নিজৰ লগত?

BTCৰ ১২গৰাকী কাৰ্যবাহী সদস্যক দপ্তৰ বিতৰণ হাগ্ৰামাৰ। ৬টা দপ্তৰ নিজৰ হাতত ৰাখি হাগ্ৰামা মহিলাৰীয়ে বিতৰণ কৰিলে আন সমূহ দপ্তৰ। হাগ্ৰামাই নিজৰ হাতত ৰাখিলে PWD, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, বিত্ত, যুৱ কল্যাণ বিভাগ, আৰু জনজাতি উন্নয়ন, সাংস্কৃতিক পৰিক্ৰমা বিভাগ।
1 Min read
munnaprasad gupta
Assamese

জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপ'ৰ্ট ৰাজহুৱা কৰা হ’ব বুলি ভুৱা প্ৰচাৰ চলাইছে একাংশইঃ SDGP মুন্নাপ্ৰসাদ গুপ্তা

জুবিনৰ মৰণোত্তৰ, ভিছেৰা ৰিপ'ৰ্ট একাংশই কাইলৈ ৪ বজাত ৰাজহুৱা কৰা হ’ব বুলি ভুৱা প্ৰচাৰ চলাইছে বুলি মন্তব্য SDGP গুপ্তাৰ। জুবিনৰ মৃত্যুৰ তদন্ত ক্ষিপ্ৰতাৰে চলিছে বুলিও মন্তব্য মুন্নাপ্ৰসাদ গুপ্তাৰ।
2 Min read
Thumb
Assamese

হাফ পেণ্ট পিন্ধি দৌৰাৰ বাবে সমালোচনা কৰা মামনি বেগমক লৈ গৌৰৱাম্বিত অঞ্চলবাসী

দৌৰাৰ সময়ত হাফ পেণ্ট পৰিধান কৰিছিল মামনিয়ে । যাৰবাবে সমালোচনাৰো সন্মুখীন হৈছিল মামনি। চাকৰিত আবেদন কৰাৰ পাছৰে পৰা প্ৰতিদিনে শৰীৰ চৰ্চাৰ কৰাৰ লগতে দৌৰিছিল মামনিয়ে।
1 Min read
ub exam
Assamese

৩ বছৰ বয়সতে পিতৃক হেৰুৱা দৰিদ্ৰ পৰিয়ালৰ পপীয়ে লাভ কৰিলে চৰকাৰী চাকৰি

কষ্টৰ ফল যে মিঠা সেই কথা প্ৰমাণ কৰিলে পপী গায়নে। আজি ঘোষণা হোৱা অসম আৰক্ষীৰ সংশ্লিষ্ট বিভাগৰ কনিষ্টবল পদত নিযুক্তি লাভ কৰিলে অতি দৰিদ্ৰ পৰিয়ালৰ পিতৃহীন পপীয়ে।
1 Min read
ZUBEEN GARG
Assamese

হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু প্ৰকৃত কাৰন কেতিয়া পোহৰলৈ আনিব SITএ ?

এতিয়া প্ৰশ্ন, জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ কেতিয়া পোহৰলৈ আহিব? জুবিন গাৰ্গৰ মৃত্যু যদি সঁচাই ষড়যন্ত্ৰ আছিল তেতিয়াহ'লে দোষীয়ে কি শাস্তি পাব?
2 Min read
himanta biswa sarma
অসম

দৰমহাৰ টকাৰে কিদৰে চলিছে মুখ্যমন্ত্ৰী?

মুখ্যমন্ত্ৰীৰ হাতত কিমান টকা, কিমান সম্পত্তি? নিজৰ সম্পত্তিৰ কথা কি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? ভাল কৰি কোনোবাই কাম কৰি খালে তাত কাৰ আপত্তি আছে বুলিও প্ৰশ্ন।
1 Min read
karwa chawth
Assamese

আজি কৰৱা চৌথ, স্বামীৰ দীৰ্ঘায়ুৰ বাবে দেশজুৰি হিন্দু বিবাহিত মহিলাসকলে পালন কৰিছে কৰৱা চৌথ

কৰৱা চৌথক কৰ্ক তিথি বুলিও জনা যায়। সম্পূৰ্ণ ৰীতি-নীতি আৰু বিধিগত নিয়মেৰে পূজাৰ অন্তত ৰাতি চন্দ্ৰৰ দৰ্শন পোৱাৰ পিছতহে মহিলাসকলে খাদ্য-পানী গ্ৰহণ কৰে।
1 Min read
karnataka menstural leave
Assamese

কৰ্মৰত প্ৰতিগৰাকী মহিলাই বছৰি লাভ কৰিব দৰমহাযুক্ত ১২টাকৈ ঋতুস্ৰাৱৰ ছুটী

মহিলাৰ বাবে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। কৰ্মৰত প্ৰতিগৰাকী মহিলাই বছৰি লাভ কৰিব ১২টাকৈ ঋতুস্ৰাৱৰ ছুটী। ঋতুস্ৰাৱ ছুটী নীতি ২০২৫ত অনুমোদন জনাইছে ৰাজ্যৰ কেবিনেটে। কোন ৰাজ্যৰ চৰকাৰে ল'লে এই সিদ্ধান্ত?
2 Min read
muskan blue drum
Assamese

স্বামীৰ জীৱন শেষ কৰা মুস্কানে প্ৰেমিকৰ বাবে ৰাখিব বিছাৰিছে কৰৱা চৌথৰ ব্ৰত

স্বামী হত্যাকাৰী মুস্কানে নৱৰাত্ৰী ব্ৰতৰ পিছত এইবাৰ ৰাখিব বিছাৰিছে কৰৱা চৌথৰ ব্ৰত। প্ৰেমিক চাহিলৰ বাবে ৰাখিব বিছাৰিছে এইবাৰৰ কৰৱা চৌথৰ ব্ৰত।
2 Min read
rajen gohain
Assamese

কোনো জুবিন অনুৰাগীয়ে এইবাৰ বিজেপিক ভোট নিদিয়ে বুলি মন্তব্য ৰাজেন গোহাঁইৰ

ৰাজ্যৰ ৰাজনীতি তোলপাৰ লগোৱা অভিযোগ ৰাজেন গোহাঁইৰ। ‘অসমীয়াৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে বিজেপি’। বিজেপি ত্যাগ কৰিয়েই এই মন্তব্য বিজেপিৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰীগৰাকীৰ।
1 Min read
Advertisment