Assamese চিলিণ্ডাৰ ভৰ্তি ট্ৰাকত প্ৰচণ্ড খুন্দা টেংকাৰৰ, তাৰপিছত কি হ'ল? ৰাজস্থানৰ জয়পুৰ আজমেৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা। চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ পিছফালে প্ৰচণ্ড খুন্দা টেংকাৰৰ। প্ৰায় দুঘণ্টা ধৰি একেলগে ২০০টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ ।
Assamese সিদ্ধাৰ্থহঁতে পইচাৰ হিচাপ নিদিয়াৰ বাবেই মোবাইল ভাঙি দিছিল জুবিন গাৰ্গে! 'জুবিনে এদিন খুউব দুখেৰে কৈছিল, খগেন দা মোৰ লগত পইচা নাই অ' জুবিন গাৰ্গে টকা পইচাৰ খেলিমেলিৰ কথা গম পাইছিল। দাদাই এদিন আমাক কৈছিল 'মই মোবাইল ভাঙি পেলালো নহয়'। 'মোৰ একাউণ্টত ৫ কোটি টকা এটা নাই। তিনিবছৰ ধৰি মোক একো হিচাপ দিয়া নাই'।
Assamese দুৰ্গাপূজাৰ মাজতেই অপৰাধীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা এইবাৰ ডকাইতলৈ লক্ষ্য কৰি পুনৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক ! এইবাৰ গোৱালপাৰাৰ ধূপধৰাত এনকাউণ্টাৰৰ ঘটনা। আৰক্ষীৰ গুলিত নিহত হৈছে চাৰিজনকৈ ডকাইত !
Assamese মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গভীৰ শ্ৰদ্ধাঞ্জলি, জুবিন গাৰ্গলৈ ‘জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুত শোকস্তব্ধ হৈ পৰিছে জনতা’। ‘জুবিন গাৰ্গ এজন বিখ্যাত গায়ক আছিল ’। ‘অসমৰ সংস্কৃতিৰ সৈতে এক গভীৰ সম্বন্ধ আছিল জুবিন গাৰ্গৰ’
Assamese ভাল খবৰ, পূজাৰ এদিন পূৰ্বেই দুখনকৈ উৰণ সেতু লাভ কৰিলে মহানগৰবাসীয়ে পাণবজাৰ আৰু পানীখাইতীত দুখন নতুন উৰণ সেতু ৰাইজলৈ মুকলি কৰি দিলে ৰাজ্য চৰকাৰে ৷ যান-জঁট যথেষ্ট পৰিমাণে হ্ৰাস কৰাৰ উদ্দেশ্যেৰেই মুকলি কৰা হ'ল সেতু দুখন।
Assamese শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাই ফেচবুক লাইভ কৰি বা পত্ৰ লিখি সাৰি যাব নোৱাৰিবঃ মুখ্যমন্ত্ৰী ৬ অক্টোবৰত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক অসমৰ CIDৰ কাৰ্যালয়ত উপস্থিত হ'বলৈও আহ্বান মুখ্যমন্ত্ৰীৰ। যদি শ্যামকানু আৰু সিদ্ধাৰ্থ নিৰ্দোষী তেন্তে সাহসেৰে আহক।
Assamese হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ SITৰ তদন্ত আৰম্ভ, CIDৰ কাৰ্যালয়ত উপস্থিত শেখৰজ্যোতি, নিশিতা, অমৃতপ্ৰভা অভিনেত্ৰী নিশিতা গোস্বামীৰ মন্তব্য- 'জুবিনদাৰ মৃত্যুৰ বাবে সম্পূৰ্ণৰূপে দায়ী শ্যামকানু আৰু সিদ্ধাৰ্থ'। ‘জুবিনদাক সম্পূৰ্ণ মেডিকেল ছাপৰ্টত নিব লাগিছিল শ্যামকানুৱে’।
LiveAssamese কাৰ হাতলৈ যাব BTR? চলি আছে ভাগ্য নিৰ্ণয় কৰা ভোটগণনা আজি পুৱাৰে পৰা আৰম্ভ হৈছে বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিল নিৰ্বাচনৰ ভোটগণনা। বিজয়ধ্বজা উৰুৱাবলৈ সাজু হৈ আছে প্ৰতিটো দল। ৫ খনকৈ জিলাৰ ৪০ পৰিষদীয় সমষ্টিত চলি আছে ভোটগণনা।
Assamese মায়াবিনী গাই কান্দি কান্দি বিদায় দিলে নিজৰ বুকুৰ আপোন মানুহজনক পত্নী গৰিমা শইকীয়া গাৰ্গে 'মায়াবিনী' গাই কান্দি কান্দি বিদায় দিলে নিজৰ বুকুৰ আপোন মানুহজনক পত্নী গৰিমা শইকীয়া গাৰ্গে। গুণমুগ্ধক কন্দুৱাই পঞ্চভূতত বিলীন হ’ল অসমৰ 'জনকণ্ঠ' জুবিন গাৰ্গ।
Assamese 'সমগ্ৰ বিশ্বৰ পৰা জুবিনে লাভ কৰা মৰম, বিশ্বাসৰ কোনো সীমা নাই'। মহান শিল্পী জুবিন গাৰ্গৰ চিৰপ্ৰস্থান। 'চিৰবিদায় জুবিন'। ঈশ্বৰে অসমক এই দুখ সহিবলৈ শক্তি দিয়ক। আমি আমাৰ জীৱনত এনেকুৱা যুগান্তকাৰী বিদায় দেখা নাই। জনতাই জুবিনৰ চিতাৰ প্ৰতিটো ফিৰিঙতিৰ সৈতে জুবিনৰ গান গাই আছে।'