Advertisment

হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছলৈ আহিব নোৱাৰে, কংগ্ৰেছলৈ আহিব বিচাৰিলেই আমি তলা বন্ধ কৰি দিমঃ ৰকিবুল হুছেইন

'হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছলৈ আহিব নোৱাৰে'। 'কংগ্ৰেছলৈ আহিব বিচাৰিলেই আমি তলা বন্ধ কৰি দিম'। 'হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰে যিসকলে কংগ্ৰেছলৈ আহিব বিচাৰে আমি তেওঁলোকক আদৰি ল'ম'। মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ।

কংগ্ৰেছলৈ ঘূৰি আহিব বিচাৰিলেও আহিবলৈ নিদিয়ে মুখ্যমন্ত্ৰীক! 'হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছলৈ আহিব নোৱাৰে'। 'কংগ্ৰেছলৈ আহিব বিচাৰিলেই আমি তলা বন্ধ কৰি দিম'। 'হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰে যিসকলে কংগ্ৰেছলৈ আহিব বিচাৰে আমি তেওঁলোকক আদৰি ল'ম'। মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ। 

Advertisment

Advertisment
Advertisment