Assameseপাকিস্তানত পঢ়োৱা হ'ব মহাভাৰত আৰু গীতাৰ অধ্যায়পাকিস্তানত প্ৰথমবাৰৰ বাবে পাঠদান কৰোৱা হ'ব সংস্কৃত। বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ল মহাভাৰত আৰু গীতাৰ অধ্যায়। দেশ বিভাজনৰ পিছত প্ৰথমবাৰৰ বাবে সংস্কৃত শিক্ষা দিয়া হ'ব পাকিস্তানত।Naba Gogoi Dec 13, 2025 12:42 IST 1/8পাকিস্তানত প্ৰথমবাৰৰ বাবে পাঠদান কৰোৱা হ'ব সংস্কৃত 2/8বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ল মহাভাৰত আৰু গীতাৰ অধ্যায় 3/8দেশ বিভাজনৰ পিছত প্ৰথমবাৰৰ বাবে সংস্কৃত শিক্ষা দিয়া হ'ব পাকিস্তানতAdvertisment 4/8লাহোৰ ইউনিভাৰ্চিটি অৱ মেনেজমেন্ট চায়েন্সেছ (LUMS)ৰ এই পদক্ষেপ 5/8ইতিমধ্যে শ্ৰেণীকক্ষৰ ভিতৰত মহাভাৰত আৰু গীতা শ্লোক উচ্চাৰিত হৈছে 6/8২০২৭ৰ ভিতৰত সংস্কৃতক এবছৰীয়া পাঠ্যক্ৰম কৰাৰ পৰিকল্পনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ 7/8পাকিস্তানত সংস্কৃতক পুনৰুজ্জীৱিত কৰাৰ প্ৰচেষ্টাৰ আঁৰত অধ্যাপক শ্বাহিদ ৰছিদ 8/8অধ্যাপক ৰছিদৰ এই পদক্ষেপক ‘সৰু কিন্তু গুৰুত্বপূৰ্ণ পদক্ষেপ’ বুলি বিবেচিত হৈছেAdvertismentAdvertisment Read the Next Article