Assameseমেক্সিকোৰ সুন্দৰী Fatima Bosch হ'ল ২০২৫ বৰ্ষৰ মিছ ইউনিভাৰ্ছ২০২৫ বৰ্ষৰ মিছ ইউনিভাৰ্ছ হ'ল মেক্সিকোৰ সুন্দৰী ফাতিমা বছ। ১৩০খন দেশৰ সুন্দৰীক পিছপেলাই Fatima Boschৰ এই খিতাপ দখল। থাইলেণ্ডৰ ননথাবুৰীত মিছ ইউনিভাৰ্ছৰ মুকুট পিন্ধিলে ফাতিমাই।Naba Gogoi Nov 21, 2025 13:05 ISTMiss universe 2025 Photograph: (internet) 1/10মেক্সিকোৰ সুন্দৰী ফাতিমা বছ হ'ল ২০২৫ বৰ্ষৰ মিছ ইউনিভাৰ্ছ 2/10থাইলেণ্ডৰ ননথাবুৰীত মিছ ইউনিভাৰ্ছৰ মুকুট পিন্ধিলে ফাতিমাই। 3/10১৩০খন দেশৰ সুন্দৰীক পিছপেলাই ফাতিমা বছৰ এই খিতাপ দখলAdvertisment 4/10প্ৰথম ৰানাৰ্ছ আপ হয় মিছ থাইলেণ্ড অ’পা ছুচাতা চুৱাংশ্ৰী 5/10দ্বিতীয় ৰানাৰ্ছ আপ মিছ ভেনিজুৱালা ষ্টিফেনী আদ্ৰিয়ানা আছালী নাছেৰ 6/10তৃতীয় ৰানাৰ্ছ আপ মিছ ফিলিপিন্স মাৰিয়া ইছাবেল 7/10চতুৰ্থ ৰানাৰ্ছ আপ মিছ কট দি ৱাহ মাপাউ দানা ডিবে 8/10নতুন মিছ ইউনিভাৰ্ছ ২৫ বছৰীয়া ফাতিমা বছ এগৰাকী ব্যৱসায়ী 9/10শৈশৱত ডিছলেক্সিয়া, ADHDত আক্ৰান্ত আছিল ফাতিমা। তেনে এক প্ৰেক্ষাপটৰ পৰা আহি মিছ ইউনিভাৰ্ছৰ খিতাপ দখল ফাতিমাৰ। 10/10তৃতীয়বাৰৰ বাবে মেক্সিকোৰ সুন্দৰীয়ে জিকিলে মিছ ইউনিভাৰ্ছৰ খিতাপAdvertismentAdvertisment Read the Next Article