Advertisment

বানত আৱদ্ধ অসুস্থ বৃদ্ধাক বিধায়ক মৃণাল শইকীয়াই দাঙি আনি উঠালে নাৱত।

গোলাঘাটৰ ভিন্ন স্থানত বানৰ তাণ্ডৱ। অসহায় বানাক্ৰান্তৰ মাজত জনপ্ৰতিনিধি। বানাক্ৰান্তক সহায়ৰ হাত বিধায়ক মৃণাল শইকীয়াৰ। বানত আৱদ্ধ অসুস্থ বৃদ্ধাক বিধায়ক শইকীয়াই দাঙি আনি উঠালে নাৱত।

গোলাঘাটৰ ভিন্ন স্থানত বানৰ তাণ্ডৱ।

বানত আৱদ্ধ জনতাৰ মাজত জনপ্ৰতিনিধি।

বানাক্ৰান্তক সহায়ৰ হাত বিধায়ক মৃণাল শইকীয়াৰ।

বানত ঘৰত আৱদ্ধ অসুস্থ বৃদ্ধাক বিধায়ক শইকীয়াই দাঙি আনি উঠালে নাৱত।