Advertisment

জামিন পালে নন্দিনী কাশ্যপে,আজি মুকলি আকাশৰ তললৈ আহিব অভিনেত্ৰীগৰাকী

হিট এণ্ড ৰাণ গোচৰত জামিন লাভ কৰিলে অভিনেত্ৰী নন্দিনী কাশ্যপে। আজিয়েই হয়তো মুকলি আকাশৰ তললৈ ওলাই অহাৰ সম্ভাৱনা আছে অভিনেত্ৰীগৰাকী।২৫ জুলাইৰ নিশা নন্দিনীয়ে ৰাজপথত তীব্ৰবেগেৰ মহটিয়াই নিছিল ছামিউল হকক। ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া।

 আজি মুকলি আকাশৰ তললৈ আহিব অভিনেত্ৰী নন্দিনী কাশ্যপ! Photograph: (file photo)
আজি মুকলি আকাশৰ তললৈ আহিব অভিনেত্ৰী নন্দিনী কাশ্যপ! Photograph: (file photo)