Advertisment

অসমৰ আন্দোলনত কোনোৱে ইতিবাচক ফল পোৱা নাইঃ মুখ্যমন্ত্ৰী

'আন্দোলন কৰিলে মই বাধা দিব নোৱাৰো'। 'কিন্তু যিমান আন্দোলন হৈছে সকলো মিছা হৈছে'। 'অসম চুক্তিৰ পৰা ধৰি যিমান আন্দোলন হৈছে তাৰ কোনো ইতিবাচক ফলাফল মই দেখা নাই'। ৰাজ্যত হোৱা আন্দোলন, প্ৰতিবাদক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

অসমৰ কোনো আন্দোলন সফল হোৱা নাইঃ মুখ্যমন্ত্ৰী

ৰাজ্যত ভিন্ন সময়ত ভিন্ন বিষয়, দাবীক লৈ প্ৰতিবাদ হৈ আহিছে। ভিন্ন দাবীৰে বিভিন্ন দল-সংগঠনে হাতত লয় আন্দোলনৰ কাৰ্যসূচী। ৰাজ্যত অতীজৰে পৰা বৰ্তমান পৰ্যন্তলৈকে হোৱা আন্দোলন বা প্ৰতিবাদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। 

Advertisment

ৰাজ্যত হোৱা আন্দোলন, প্ৰতিবাদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে 'আন্দোলন কৰিলে মই বাধা দিব নোৱাৰো'। 'কিন্তু যিমান আন্দোলন হৈছে সকলো মিছা হৈছে'। 'অসম চুক্তিৰ পৰা ধৰি যিমান আন্দোলন হৈছে তাৰ কোনো ইতিবাচক ফলাফল মই দেখা নাই'। 

Advertisment
Advertisment