Assameseঅসুস্থ তাৰকা ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰ, ভৰ্তি ICUত...ICUত ভৰ্তি তাৰকা ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰক। ছিডনীৰ চিকিত্সালয়ৰ ICUৰ ভৰ্তি শ্ৰেয়াছ আয়াৰক। ইণ্টাৰনেল ব্লিডিঙৰ বাবে চিকিৎসাধীন ক্ৰিকেটাৰগৰাকী। বৰ্তমান কেনে আছে তাৰকা ক্ৰিকেটাৰ শ্ৰেয়াছ?Naba Gogoi Oct 27, 2025 14:48 IST 1/8ICUত ভৰ্তি তাৰকা ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰক 2/8ছিডনীৰ চিকিত্সালয়ৰ ICUৰ ভৰ্তি শ্ৰেয়াছ আয়াৰক 3/8ইণ্টাৰনেল ব্লিডিঙৰ বাবে চিকিত্সাধীন ক্ৰিকেটাৰগৰাকীAdvertisment 4/8অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় মেচত আঘাত পাইছিল শ্ৰেয়াছ আয়াৰে 5/8কামিহাড়ত আঘাত পোৱাৰ বাবে য়াছ আয়াৰৰ হয় প্ৰচুৰ ৰক্তক্ষৰণ 6/8এলেক্স কেৰীৰ কেচ ল’বলৈ গৈ আঘাত পায় শ্ৰেয়াছ আয়াৰে 7/8সম্প্ৰতি বিপদমুক্ত যদিও চিকিত্সকৰ নিৰীক্ষণত শ্ৰেয়াছ 8/8অৱশ্যে আগন্তুক কেইবা দিনলৈ চিকিত্সালয়ত থাকিব লাগিব শ্ৰেয়াছ আয়াৰAdvertismentAdvertisment Read the Next Article