Advertisment

চিলিণ্ডাৰ ভৰ্তি ট্ৰাকত প্ৰচণ্ড খুন্দা টেংকাৰৰ, তাৰপিছত কি হ'ল?

ৰাজস্থানৰ জয়পুৰ আজমেৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা। চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ পিছফালে প্ৰচণ্ড খুন্দা টেংকাৰৰ। টেক্টৰখনে খুন্দা মৰাৰ লগে লগে ট্ৰাকখনত থকা ইটোৰ পিছত সিটো চিলিণ্ডাৰ বিস্ফোৰণ। প্ৰায় দুঘণ্টা ধৰি ২০০টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হয়।

 প্ৰায় ২ ঘণ্টা ধৰি  একেলগে বিস্ফোৰণ ২০০টা চিলিণ্ডাৰ Photograph: (file photo)
প্ৰায় ২ ঘণ্টা ধৰি একেলগে বিস্ফোৰণ ২০০টা চিলিণ্ডাৰ Photograph: (file photo)