Advertisment

জুবিনক্ষেত্ৰত সুৰাপায়ীৰ উদ্ভণ্ডালি! গ্ৰেপ্তাৰ আলম আলী, মুকুট দাস, ৰঞ্জিত দাস

সোণাপুৰৰ জুবিনক্ষেত্ৰত সুৰাপায়ী যুৱকৰ উদ্ভণ্ডালি। যান-বাহন আবদ্ধ কৰি ৩ যুৱকে চলালে সন্ত্ৰাস। মহিলা আৰক্ষীৰ গাতো হাত তুলিলে সুৰাপায়ীয়ে। উদ্ভণ্ডালি কৰা যুৱকক বাধা দিবলৈ যোৱা আৰক্ষীক প্ৰহাৰ। গ্ৰেপ্তাৰ আলম আলী, মুকুট দাস, ৰঞ্জিত দাস।

 জুবিনক্ষেত্ৰত সুৰাপায়ীৰ উদ্ভণ্ডালি! গ্ৰেপ্তাৰ আলম আলী, মুকুট দাস, ৰঞ্জিত দাস
Advertisment
Advertisment