Advertisment

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ জামিন আবেদনৰ শুনানি সম্পন্ন।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ জামিন আবেদনৰ শুনানি সম্পন্ন। কামৰূপ মহানগৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত জামিন আবেদনৰ শুনানি। অভিযুক্ত শ্যামকানু মহন্ত, সন্দীপন গাৰ্গে প্ৰত্যাহাৰ কৰিলে জামিন আৱেদন।

 জুবিন গাৰ্গ হত্যাৰ গোচৰৰ অভিযুক্তৰ জামিন আবেদনৰ শুনানি Photograph: (DY365)
জুবিন গাৰ্গ হত্যাৰ গোচৰৰ অভিযুক্তৰ জামিন আবেদনৰ শুনানি Photograph: (DY365)
Advertisment
Advertisment