Assameseবিজেপিৰে সংঘাত UPPLৰ! '২৬ত প্ৰমোদৰ UPPL-এ বিজেপিৰ বিৰুদ্ধে খেলিব নিৰ্বাচন...একালৰ মিত্ৰদলৰে সংঘাত। উমি উমি জ্বলিছে ক্ষোভৰ জুই। বিজেপিক প্ৰত্যাহ্বান জনাব এইবাৰ UPPL-এ! ’২৬ৰ বিধানসভা নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতাত নামিব UPPL, BTCৰ লগতে অসমৰ বিভিন্ন স্থানত প্ৰাৰ্থিত্ব দিব UPPL-এ।Naba Gogoi Nov 13, 2025 18:03 ISTASSAM Source: INTERNET 1/8’২৬ৰ বিধানসভা নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতাত নামিব UPPL Source: INTERNET 2/8BTCৰ লগতে অসমৰ বিভিন্ন স্থানত বিজেপিৰ বিৰুদ্ধেও প্ৰাৰ্থিত্ব দিব UPPLএ Source: INTERNET 3/8UPPL-এ অকলেই নিৰ্বাচন খেলিব বুলি স্পষ্ট কৰিলে UPPLৰ শীৰ্ষ নেতা তথা মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মইAdvertisment Source: INTERNET 4/8BTC নিৰ্বাচনৰ হাগ্ৰামাৰ হাতত ধৰাশায়ী হোৱাৰ পিছতে সম্পৰ্কত ফাঁট মেলিছিল বিজেপি, UPPLৰ Source: INTERNET 5/8হাগ্ৰামাৰ সৈতে বিজেপিৰ মিত্ৰতা যিমানেই ঘনিষ্ঠ হৈছে সিমানেই বিজেপিৰ পৰা আঁতৰি আহিছে UPPL Source: INETRNET 6/8মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মৰ মতে, '২০২৬লৈকেহে আমাৰ বিজেপিৰে মিত্ৰতা আছে' Source: INTERNET 7/8‘ইয়াৰ পিছত আমি নিজাববীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ম’ Source: INTERNET 8/8মহিলাৰীৰে বিজেপিৰ ঘনিষ্ঠতা একপ্ৰকাৰ সহ্য কৰিব পৰা নাই BTCত পৰাভূত হোৱা প্ৰমোদ বড়োৰ UPPL দলে। BTR ElectionsAdvertismentAdvertisment Read the Next Article