Advertisment

'জীৱনত প্ৰথমবাৰ এনে ভয়ংকৰ পৰিস্থিতি দেখিছো'। নেপালত গৈ কি দেখিলে বাইহাটাৰ হৰ্ষজ্যোতিয়ে?

'নেপালত ভয়ংকৰ পৰিস্থিতি। জীৱনত প্ৰথমবাৰৰ বাবে এনে পৰিস্থিতি দেখিছো'। 'পৰিস্থিতি শাম নকটালৈকে কোনো নেপাললৈ নোযোৱাই ভাল'। নেপালৰ শেহতীয়া পৰিস্থিতিৰ শিহৰণকাৰী বৰ্ণনা হৰ্ষজ্যোতি ডেকাৰ।

'নেপালত ভয়ংকৰ পৰিস্থিতি। জীৱনত প্ৰথমবাৰৰ বাবে এনে পৰিস্থিতি দেখিছো'।

'পৰিস্থিতি শাম নকটালৈকে কোনো নেপাললৈ নোযোৱাই ভাল'।

'অসমৰ এতিয়াও বহু লোক আৱদ্ধ হৈ আছে'।

'অসম চৰকাৰে অসমীয়া লোকক যাতে সুকলমে উদ্ধাৰ কৰে'।

নেপালৰ শেহতীয়া পৰিস্থিতিৰ শিহৰণকাৰী বৰ্ণনা হৰ্ষজ্যোতি ডেকাৰ।

চকু চিকিৎসা বাবে নেপাললৈ গৈ ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হয় বাইহাটা চাৰিআলি নিকটৱৰ্তী বেজেৰাৰ হৰ্ষজ্যোতি ডেকা। 

Advertisment
Advertisment
Advertisment