Assameseন্যায় নাপাব নেকি জুবিন গাৰ্গে? নিজাববীয়াকৈ অধিবক্তা ল'লে অভিযুক্তই!জুবিন গাৰ্গৰ হত্যাৰ গোচৰক লৈ ডাঙৰ আপডেট। সম্পন্ন হ'ল জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি। অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গে দাখিল কৰিলে জামিন আবেদন। সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তয়ো নিজাববীয়াকৈ নিয়োগ কৰে অধিবক্তা। Mrinmoy Talukdar Jan 03, 2026 16:39 ISTFile Photo 1/7জুবিন গাৰ্গৰ হত্যাৰ গোচৰক লৈ ডাঙৰ আপডেট 2/7সম্পন্ন হ'ল জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি। 3/7১৭ জানুৱাৰী গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্যAdvertisment 4/7অমৃতপ্ৰভা মহন্তই দাখিল কৰিলে জামিন আবেদন 5/7সন্দীপন গাৰ্গ আৰু ২ পিএছ'য়েও দাখিল কৰে জামিন আবেদন 6/7সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই নিজাববীয়াকৈ নিয়োগ কৰে অধিবক্তা 7/7দুয়োজনে কলকাতাৰ অধিবক্তা নিয়োগ কৰে গোচৰটোত Zubeen GargAdvertismentAdvertisment Read the Next Article