Assamese জাতীয়তাবাদৰ প্ৰতি মোহভংগ ! কংগ্ৰেছত যোগদান মধ্য অসমৰ জ্যেষ্ঠ অগপ নেতাৰ জাতীয়তাবাদৰ প্ৰতি মোহভংগ ! অসম গণ পৰিষদ দলৰ প্ৰাক্তন জিলা সম্পাদক জ্যেষ্ঠ নেতা বীৰেশ্বৰ মেধিয়ে সোমবাৰে কংগ্ৰেছ দলত আনুষ্ঠানিক ভাবে যোগদান কৰে।