Advertisment

International

THUMB
Assamese

মেছিক চাবলৈ নাপালে অনুৰাগীয়ে, খঙত ভাঙিলে চকী

মেছিক চাবলৈ নাপালে অনুৰাগীয়ে। ক্ষোভিত হৈ অনুৰাগীয়ে দলিয়ালে চকী, পানীৰ বটল। কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি। ১২ হাজাৰ টকাৰে টিকট কৰি ১০ মিনিট সময়ো তাৰকা ফুটবলাৰ মেছিক চাবলৈ নাপায় খঙত অগ্নিশৰ্মা হ'ল হাজাৰ হাজাৰ অনুৰাগী।
1 Min read
THUMB
Assamese

গুৱাহাটীত পপ ষ্টাৰ পোষ্ট মেলনৰ কনচাৰ্ট

প্ৰথমবাৰৰ বাবে গুৱাহাটীত সংগীতানুষ্ঠান কৰিবৰ বাবে আহিব আন্তঃৰাষ্ট্ৰীয় সংগীতশিল্পী পোষ্ট মেলন। ৮ ডিচেম্বৰত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত সংগীত পৰিৱেশন কৰিব আমেৰিকান পপ ষ্টাৰ পোষ্ট মেলনে।
2 Min read
Advertisment