Advertisment

National

THUMB
Assamese

মেছিক চাবলৈ নাপালে অনুৰাগীয়ে, খঙত ভাঙিলে চকী

মেছিক চাবলৈ নাপালে অনুৰাগীয়ে। ক্ষোভিত হৈ অনুৰাগীয়ে দলিয়ালে চকী, পানীৰ বটল। কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি। ১২ হাজাৰ টকাৰে টিকট কৰি ১০ মিনিট সময়ো তাৰকা ফুটবলাৰ মেছিক চাবলৈ নাপায় খঙত অগ্নিশৰ্মা হ'ল হাজাৰ হাজাৰ অনুৰাগী।
1 Min read
Advertisment