Advertisment

National

THUMB
Assamese

দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ নীতিশ কুমাৰৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’লে নীতিশ কুমাৰে। পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত অনুষ্ঠিত হয় বিশাল এই শপতগ্ৰহণ অনুষ্ঠান।
1 Min read
Advertisment