Advertisment

Assam Police

NUPUR BORA
Assamese

চাকৰিত যোগদান কৰাৰ মাত্ৰ ৬ বছৰ, কিদৰে টকা আৰু সম্পত্তিৰ পাহাৰ গঢ়িছে লেণ্ড জেহাদত জড়িত নূপুৰ বৰাই?

তথ্য অনুসৰি আয়তকৈ ৪১৬% বৰ্হিভূত সম্পত্তিৰ গৰাকী নূপুৰ বৰা। বহু নামী-দামী সাজপাৰ উদ্ধাৰ হৈছে নূপুৰ বৰাৰ বাসগৃহত। নূপুৰ বৰাৰ বিভিন্ন বেংকত প্ৰায় ৯টা একাউণন্ট জব্দ।
3 Min read
game
Assamese

সাৱধান! অনলাইন গেমত ধন হেৰুৱাই আত্মহত্যা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ।

অনলাইন গেমে মাতিব পাৰে বিপদ। অনলাইন গেমত ১৩ লাখ টকা হেৰুৱাই আত্মহত্যা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ। সাৱধান হওক আপুনিও। সন্তানে যদি স্মাৰ্ট ফোন ব্যৱহাৰ কৰে কবৰ ৰাখক।
2 Min read
Advertisment