Assamese কৰ্মৰত প্ৰতিগৰাকী মহিলাই বছৰি লাভ কৰিব দৰমহাযুক্ত ১২টাকৈ ঋতুস্ৰাৱৰ ছুটী মহিলাৰ বাবে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। কৰ্মৰত প্ৰতিগৰাকী মহিলাই বছৰি লাভ কৰিব ১২টাকৈ ঋতুস্ৰাৱৰ ছুটী। ঋতুস্ৰাৱ ছুটী নীতি ২০২৫ত অনুমোদন জনাইছে ৰাজ্যৰ কেবিনেটে। কোন ৰাজ্যৰ চৰকাৰে ল'লে এই সিদ্ধান্ত?