Assamese স্বামীৰ জীৱন শেষ কৰা মুস্কানে প্ৰেমিকৰ বাবে ৰাখিব বিছাৰিছে কৰৱা চৌথৰ ব্ৰত স্বামী হত্যাকাৰী মুস্কানে নৱৰাত্ৰী ব্ৰতৰ পিছত এইবাৰ ৰাখিব বিছাৰিছে কৰৱা চৌথৰ ব্ৰত। প্ৰেমিক চাহিলৰ বাবে ৰাখিব বিছাৰিছে এইবাৰৰ কৰৱা চৌথৰ ব্ৰত।