Advertisment

Narendra Modi

pm man ki baat zubeen
Assamese

মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গভীৰ শ্ৰদ্ধাঞ্জলি, জুবিন গাৰ্গলৈ

‘জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুত শোকস্তব্ধ হৈ পৰিছে জনতা’। ‘জুবিন গাৰ্গ এজন বিখ্যাত গায়ক আছিল ’। ‘অসমৰ সংস্কৃতিৰ সৈতে এক গভীৰ সম্বন্ধ আছিল জুবিন গাৰ্গৰ’
1 Min read
Advertisment