Advertisment

Top Stories

Terrible incident in Udalguri
Assamese

ওদালগুৰিত ভয়ংকৰ ঘটনা। ভূটিয়াচাং নৈৰ পাৰত কাৰ মৃতদেহ উদ্ধাৰ?

ওদালগুৰিত সংঘটিত ভয়ংকৰ ঘটনা। ওদালগুৰিৰ ৪নং ভূটিয়াচাং নৈৰ পাৰত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি। ভূটিয়াচাং নদীৰ পাৰত উদ্ধাৰ ৪৫ বছৰীয়া এজন লোকৰ মৃতদেহ। মৃত লোকজন জিতেন বড়ো বুলি চিনাক্ত হৈছে।
1 Min read
Advertisment