Advertisment

জুবিনক ন্যায় দিবলৈ ছিংগাপুৰ আৰক্ষীত সুকীয়া গোচৰ দুলু আহমেদৰ

জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰ আৰক্ষীত সুকীয়া গোচৰ দুলু আহমেদৰ। দুলু আহমেদৰ গোচৰটো গ্ৰহণ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে। মেইলযোগে গোচৰটো সন্দৰ্ভত জনাইছে তথ্য।

 জুবিনক ন্যায় দিবলৈ ছিংগাপুৰ আৰক্ষীত সুকীয়া গোচৰ দুলু আহমেদৰ
Advertisment
Advertisment