Advertisment

প্ৰথমে ৪-৫টা বিস্ফোৰণৰ শব্দ তাৰ পাছতেই...। কি ক'লে বিমান দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে

ভয়ংকৰ বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু। নিৰ্বাচনী সভাত অংশ ল’বলৈ বাৰামতীলৈ গৈছিল NCP নেতাজন। বাৰামতীত লেণ্ডিঙৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হয় অজিত পাৱাৰৰ বিমান। ভয়ংকৰ এই দুৰ্ঘটনাত অজিত পাৱাৰসহ ৫জনৰ মৃত্যু।

 File Photo

Read More- ভয়ংকৰ বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু

NCP নেতা অজিত পাৱাৰ আৰু নাই। বাৰামাটিত এক ভয়ংকৰ বিমান দুৰ্ঘটনাত কৰুণ মৃত্যু অজিত পাৱাৰৰ। অজিত পাৱাৰৰ মৃত্যুৱে কেৱল মহাৰাষ্ট্ৰৰে নহয়, সমগ্ৰ দেশৰ ৰাজনৈতিক মহলত শোকৰ ছাঁ পেলাইছে। উল্লেখ্য যে বাৰামাটিত অৱতৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হৈছিল অজিত পাৱাৰৰ বিমান। এই শোকাৱহ দুৰ্ঘটনাত বিমানখনত থকা আটাইকেইগৰাকী যাত্ৰী মৃত্যুমুখত পৰিছে। 

Read More- ভোটাৰ তালিকাৰ পৰা কিমান মিঞাৰ নাম কৰ্তন হ’‍ব ? মুখ্যমন্ত্ৰীয়ে দিলে হিচাপ

প্ৰত্যক্ষদৰ্শীয়ে কয় যে, বিমানখন অৱতৰণ কৰোতেই আমাৰ এনে লাগিছিল যে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হ'ব। আৰু তাৰ ঠিক পাছতেই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হ'ল। বিস্ফোৰণৰ শব্দ শুনাৰ লগে লগে আমি দুৰ্ঘটনাস্থলীলৈ দৌৰি আহিছিলো। আমি আহি প্ৰত্যক্ষ কৰিছিলো যে বিমানখন দপদপাই জ্বলি আছিল। বিমানখনৰ পৰা চাৰি-পাঁচটা বিস্ফোৰণৰ শব্দ হৈছিল। আমি বিমানখনৰ জুই নুমুৱাবলৈ চেষ্টা কৰিছিলো কিন্তু জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম ন'হলো।  

Read More- প্ৰাইভেট স্কুলত অনুষ্ঠিত নহয় পৰীক্ষা, HSLC আৰু HS পৰীক্ষাৰ পূৰ্বে আহিল নতুন নিয়ম

অজিত পাৱাৰৰ সৈতে দুৰ্ঘটনাত মৃত্যুবৰণ কৰা আন কেইগৰাকী হৈছে-
NCPৰ জ্যেষ্ঠ নেতা ভিদীপ যাদৱ
ফ্লাইট এটেনডেণ্ট পিংকী মালী
ব্যক্তিগত বিমানৰ পাইলট সুমিত কাপুৰ
ব্যক্তিগত বিমানৰ পাইলট সম্ভাৱী পাঠক

Advertisment
Advertisment