Assameseজুবিনক লৈ ব্যৱসায় নহয়! জুবিন ক্ষেত্ৰত দিব নোৱাৰিব দোকান, দোকান উঠাই নিনিলে চলিব উচ্ছেদসোণাপুৰৰ জুবিন ক্ষেত্ৰত দিব নোৱাৰিব দোকান! দোকান উঠাই নিনিলে ৬ দিনৰ পিছত নিকতৱৰ্তী স্থানৰ দোকানত চলিব উচ্ছেদ। ১৭ অক্টোবৰত NHAI-এ জাৰি কৰিলে জাননী। Naba Gogoi Oct 19, 2025 13:53 ISTজুবিনক লৈ ব্যৱসায় নহয়! জুবিন ক্ষেত্ৰত দিব নোৱাৰিব দোকান। Photograph: (FILE) 1/8সোণাপুৰৰ জুবিন ক্ষেত্ৰত কোনো ব্যৱসায়ীয়ে দিব নোৱাৰিব দোকান 2/8জুবিন ক্ষেত্ৰৰ নিকটৱৰ্তী দোকানসমূহলৈ কঠোৰ জাননী জাৰি 3/8৬ দিনৰ ভিতৰত দোকান উঠাই নিয়াৰ নিৰ্দেশনা জাৰি কৰিলে প্ৰশাসনেAdvertisment 4/8১৭ অক্টোবৰত স্থানীয় বহু কেইখন দোকানলৈ জাননী প্ৰেৰণ প্ৰশাসনৰ 5/8National Highway Authority of Indiaৰ তৰফৰ পৰা জাৰি কৰা হয় এই জাননী 6/8ব্যস্ত স্থানচোৱাত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰি জাননী 7/8সময় অনুসৰি দোকান উঠাই নিনিলে জৰিমনা বিহা হ'ব দোকানৰ গৰাকীক 8/8৬ দিনৰ পিছত নিকতৱৰ্তী স্থানৰ দোকানত চলিব উচ্ছেদ SIT Zubeen Garg Read the Next Article