Advertisment

মহিলা সহশিল্পীক পেলনীয়া সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰে সিদ্ধাৰ্থইঃ ছুইটি দাস

‘সিদ্ধাৰ্থ শৰ্মা অতিকৈ অভদ্ৰ, অসভ্য মানুহ’। ‘সিদ্ধাৰ্থ শৰ্মাই কেৱল জুবিন গাৰ্গকহে চিনি পায়’। ‘মহিলা সহশিল্পীক পেলনীয়া সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰে সিদ্ধাৰ্থই’। বিস্ফোৰক অভিযোগ জুবিন গাৰ্গৰ সহযোগী গায়িকা ছুইটি দাসৰ।

‘সিদ্ধাৰ্থ শৰ্মা অতিকৈ অভদ্ৰ, অসভ্য মানুহ’।

জুবিন গাৰ্গৰ সহযোগী গায়িকা ছুইটি দাসে ঘটালে আন এক বিস্ফোৰণ। 

লগতে ছুইটি দাসে ক'লে ------

‘সিদ্ধাৰ্থ শৰ্মাই কেৱল জুবিন গাৰ্গকহে চিনি পায়’। ‘মহিলা সহশিল্পীক পেলনীয়া সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰে সিদ্ধাৰ্থই’।

Advertisment