Assameseনেপালত ভয়ংকৰ বাছ দুৰ্ঘটনা। নিহত ১৭জন, আহত ২৪জনএক দুখজনক খবৰ। নেপালত ভয়ংকৰ বাছ দুৰ্ঘটনা। খবৰ অনুসৰি এতিয়ালৈকে ভয়ংকৰ বাছ দুৰ্ঘটনাত ১৭জন লোক নিহত হয় আৰু গুৰুতৰভাৱে আহত হয় ২৪ জন লোক।Estafur Rahman Feb 23, 2026 09:23 ISTPhotograph: (twitter)নেপালত ভয়ংকৰ বাছ দুৰ্ঘটনা। নিহত ১৭ জন, আহত ২৪ জনএক অত্যন্ত দুখজনক খবৰ। নেপালত ভয়ংকৰ বাছ দুৰ্ঘটনাৰ ঘটনাখবৰ অনুসৰি এতিয়ালৈকে ভয়ংকৰ বাছ দুৰ্ঘটনাত ১৭ জন লোক নিহত হয় আৰু গুৰুতৰভাৱে আহত হয় ২৪ জনAdvertismentনেপালৰ পোখৰাৰ পৰা কাঠমাণ্ডুলৈ গৈ থকা অৱস্থাত ত্ৰিশূলী নদীত বাগৰি পৰে যাত্ৰীবাহী বাছখনবাছখনৰ ভিতৰত ২গৰাকী বিদেশী নাগৰিক আছিল বুলিও জানিব পৰা গৈছেদুৰ্ঘটনাটো সংঘটিত হয় নিশা প্ৰায় ১ মান বজাতএতিয়াও উদ্ধাৰ অভিযান অব্যাহত আছেAdvertismentAdvertisment Read the Next Article