Advertisment

BTCৰ নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰি অভূতপূৰ্ব বিজয় সাব্যস্ত কৰিলে BPFএ।

BTCৰ নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰি অভূতপূৰ্ব বিজয় সাব্যস্ত কৰিলে BPFএ। বি টি চিৰ নিৰ্বাচনত চমক দেখুৱালে হাগ্ৰামা মহিলাৰীৰ দলে। মুঠ ৪০খন আসনৰ ভিতৰত ২৮খন আসন লাভ কৰি একপ্ৰকাৰৰ অভিলেখ সৃষ্টি কৰিলে হাগ্ৰামা মহিলাৰীৰ দল বিপিএফে।

 BTCৰ নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰি অভূতপূৰ্ব বিজয় সাব্যস্ত কৰিলে BPFএ।

অভূতপূৰ্ব বিজয়BPF

২৮ আসন লাভেৰে চমক

বি টি চিৰ নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰি অভূতপূৰ্ব বিজয় সাব্যস্ত কৰিলেBPFবি টি চিৰনিৰ্বাচনত চমক দেখুৱালে হাগ্ৰামা মহিলাৰীৰ দলে। মুঠ ৪০খন আসনৰ ভিতৰত ২৮খন আসন লাভ কৰি একপ্ৰকাৰৰ অভিলেখ সৃষ্টি কৰিলে হাগ্ৰামা মহিলাৰীৰ দল বিপিএফে

Advertisment

বি টি চি নিৰ্বাচনত বাৰুকৈয়ে মুখ থেকেচা খালে BJP-UPPL। প্ৰমোদ বড়ো নেতৃত্বাধীন UPPLএলে এইবাৰৰ নিৰ্বাচনত মাত্ৰ ৭খন আসনতে সীমাবদ্ধ হৈ থাকিবলগীয়াহয়। পূৰ্বৰ নিৰ্বাচনতকৈ বিজেপিৰো আসন কমিল এইবাৰৰ নিৰ্বাচনত। বিজেপিয়ে এইবাৰ লাভ কৰিলে মাত্ৰ ৫খন আসন। মুঠৰ ওপৰত বড়োভূমিতধূলিস্যাৎ হ’ল BJP-UPPL

দুটা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছি যদিও এটা সমষ্টিতহেবিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়হাগ্ৰামা মহিলাৰী। হাগ্ৰামামহিলাৰীয়েদেবৰগাওঁ সমষ্টিত খাম্পা বসুমতাৰীক পৰাস্ত কৰে যদিও আনটো সমষ্টি চিৰাং দুৱাৰত খাম্ফাৰ হাতত পৰাজিত হয়

কোনকেইখন আসনত বিপিএফৰ কোন কোনজয়ী? 

দেবৰগাঁৱতজয়লাভবিপিএফৰ মূৰব্বী হাগ্ৰামা মহিলাৰীৰ।

পৰ্বতঝোৰাতবিপিএফৰমুনমুন ব্ৰহ্মৰ জয়

দতোমাত প্ৰমোদ বড়োক পৰাস্ত কৰি জয়লাভ কৰে প্ৰকাশ বসুমতাৰীয়ে

কচুগাঁৱতৰবিৰামনাৰ্জাৰী, চৰাইবিলতমৃত্যুঞ্জয়নাৰ্জাৰী

যমদুৱাৰতউইলিয়ামনাৰ্জাৰী, বনৰগাঁৱতজুবিৰাজ বসুমতাৰীৰ জয়

বাউখুংগ্ৰীত ধনেশ্বৰ গয়াৰী, চালাকাটিদেৰহাছাত বসুমতাৰী

কাজলগাঁৱত চন্দন ব্ৰহ্মক পৰাস্ত কৰি জয়লাভ কৰে পানীৰাম ব্ৰহ্মই

চিৰাঙতশুকুৰসিং মুছাহাৰী, নিছিমাত জেমছ বসুমতাৰীৰজয়

চাবাইঝাৰতধীৰাজবৰগয়াৰী, থুৰিবাৰী খলিলুৰ ৰহমানৰ জয়ী

বিজেপিৰ বিধায়কঅজয়ৰয়ক পৰাস্ত কৰি জয় খলিলুৰ ৰহমানৰ

মথনগুৰিত বেগম আখতাৰা আহমেদ, শালবাৰী দিগন্ত গয়াৰীৰজয়লাভ

দিহিৰাতবিপিএফৰআগষ্টুছটিগ্গা, শুক্লাই চেৰফাং গণেশ কছাৰীৰ জয়

গোৰেশ্বৰত মহেশ্বৰ বসুমতাৰী, খৈৰাবাৰীতলামশ্ৰাউ দৈমাৰীৰ জয়

ননৈ ছেৰফাং পল টপ্প’, হৰিশিঙা ত্ৰিদিব দৈমাৰীৰ জয়

ধনশ্ৰীত ফ্ৰেছ মুছাহাৰী, ভৈৰৱকুণ্ডৰিহন দৈমাৰীৰ জয়লাভ

পাঁচনৈ ছেৰফাং শ্যাম চুণ্ডি, ৰৌতাচৰনবড়োৰজয়