Advertisment

আদিবাসী যুৱকক জুবিনে দিলে 'গাৰ্গ' উপাধি। জুবিনক মুখাগ্নি কৰা কোন এই অৰুণ গাৰ্গ?

জুবিন গাৰ্গৰ লগত থকা অৰুণ চাচনি কেনেকৈ হ'ল অৰুণ গাৰ্গ? কিমান মহান আছিল জুবিন গাৰ্গ? যি জুবিনে এজন আদিবাসী যুৱকক প্ৰদান কৰিলে নিজৰ উপাধি। এই কাহিনী অৰুণ গাৰ্গৰ।

 অৰুণ গাৰ্গ কোন? Photograph: (FILE)
অৰুণ গাৰ্গ কোন? Photograph: (FILE)
Advertisment
Advertisment