Assameseইতিহাস, ৰেকৰ্ডৰ পিছত ৰেকৰ্ড। জুবিনৰ ‘ৰৈ ৰৈ বিনালে’ ছবিয়ে ভংগ কৰিলে অসমীয়া ছবিৰ সৰ্বকালৰ অভিলেখ...জুবিন অনন্য। অসমীয়া ছবিৰ সৰ্বকালৰ অভিলেখ ভংগ ‘ৰৈ ৰৈ বিনালে’ৰ। অসমীয়া চিনেমাৰ ৯০ বছৰীয়া ইতিহাসত ৰেকৰ্ড গঢ়িলে ‘ৰৈ ৰৈ বিনালে’ ছবিয়ে। মুক্তিৰ প্ৰথম দিনাই ২.৫২ কোটিৰো অধিক টকা উপাৰ্জন জুবিনৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’ৰ।Naba Gogoi Nov 01, 2025 18:17 IST 1/7অসমীয়া ছবিৰ সৰ্বকালৰ অভিলেখ ভংগ ‘ৰৈ ৰৈ বিনালে’ৰ 2/7অসমীয়া চিনেমাৰ ৯০ বছৰীয়া ইতিহাসত ৰেকৰ্ড গঢ়িলে ‘ৰৈ ৰৈ বিনালে’ ছবিয়ে 3/7প্ৰথম দিনাই ২.৫২ কোটিৰো অধিক টকা উপাৰ্জন জুবিনৰ ‘ৰৈ ৰৈ বিনালে’ৰAdvertisment 4/7দ্বিতীয় দিনাও পুৱা ৫ বজাৰ পৰাই ‘ৰৈ ৰৈ বিনালে’ৰ বাবে ছবিগৃহসমূহত ভিৰ দৰ্শকৰ 5/7জুবিনক ৰূপালী পৰ্দাত শেষবাৰৰ বাবে চাবলৈ ওলাই আহিল ৰাইজ। শুকুৰবাৰে মুক্তিলাভ কৰা ছবিখনক লৈ আৱেগিক অনুৰাগী। 6/7ছবিগৃহৰ পৰা ওলাই আহি কান্দোনত ভাগি পৰিল অনুৰাগী। ছবিগৃহত প্ৰতিধ্বনি হ’ল ‘জয় জুবিন দা’ আমাক ন্যায় লাগে। 7/7শুকুৰবাৰে উত্তৰ–পূৰ্বাঞ্চলৰ ৯২টা ছবিগৃহত প্ৰদৰ্শিত হয় ‘ৰৈ ৰৈ বিনালে’। ৯২টা ছবিগৃহত এদিনতে প্ৰদৰ্শিত হ’ল ৬০০টা দৰ্শনী। Zubeen GargAdvertismentAdvertisment Read the Next Article