Advertisment
Mrinmoy Talukdar

Mrinmoy Talukdar

1
Assamese

'এইবাৰ বিধানসভাত আমি অখিল গগৈক মিছ কৰিম'। কিয় ক'লে মুখ্যমন্ত্ৰীয়ে-

'শিৱসাগৰৰ পৰা নিৰ্বাচন খেলিলে এইবাৰ বিধানসভাত আমি অখিল গগৈক মিছ কৰিম'।' কাৰণ অসমীয়া ৰাইজৰ মনৰ পৰা ইতিমধ্যেই আতৰি গৈছে অখিল গগৈ'। অখিল গগৈক লগ পালে কি পৰামৰ্শ দিব মুখ্যমন্ত্ৰীয়ে?
2 Min read
1
Assamese

কাইলৈৰ পৰা টি-২০ বিশ্বকাপ, ভংগ হ'ব পাৰে পাকিস্তানৰ সপোন

কাইলৈৰ পৰা আৰম্ভ হ'ব টি-২০ বিশ্বকাপ। মেগা ইভেণ্টখনৰ পূৰ্বে চিৰবৈৰী পাকিস্তানৰ বাবে বেয়া খবৰ। ভংগ হ'ব পাৰে পাকিস্তানৰ ছুপাৰ ৮ত প্ৰৱেশৰ সপোন। 
1 Min read
1
Assamese

বিজেপিক চেলেঞ্জ! মুছলমানৰ বাবে থাকিব স্থায়ী সংৰক্ষণ

ৰাজ্যৰ মুছলমানৰ বাবে কংগ্ৰেছ চৰকাৰৰ ডাঙৰ উপহাৰ। মুছলমানৰ বাবে এতিয়াৰে পৰা থাকিব ৪ শতাংশ স্থায়ী সংৰক্ষণৰ ব্যৱস্থা। বিজেপিক চেলেঞ্জ দি এই ঘোষণা তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ। 
1 Min read
1
Assamese

‘আপোনালোকে মোক কেতিয়াও দবাই ৰাখিব নোৱাৰিব’। বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীৰ প্ৰচণ্ড খং!

‘কংগ্ৰেছৰ কালচাৰ বিজেপিৰ কাৰ্যালয়ত নচলিব। দল বান্ধি টিকট খোজা কালচাৰ বিজেপিত নচলে। মই জেদী মানুহ, আপোনালোকে যি কয় তাৰ ওলোটা কৰিম’। বিলাসীপাৰাৰ পৰা টিকট বিচাৰি অহা প্ৰাৰ্থিত্ব প্ৰত্যাশীক ধমক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 
1 Min read
1
Assamese

ভূপেন বৰা-গৌৰৱ গগৈৰ মাজত কি হৈছিল? মুখ্যমন্ত্ৰীৰ দাবী কিমান সঁছা?

কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত নেতাৰ মাজত হতাহতি! ভূপেন বৰা-গৌৰৱ গগৈৰ মাজত বাছৰ ভিতৰতে হতাহতিৰ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই চাঞ্চল্যকৰ দাবী ।
1 Min read
1
Assamese

ইডেন গাৰ্ডেনত ঘটিব অভিষেক! ২২ গজত নিজক প্ৰতিষ্ঠা কৰিবলৈ সাজু ইটালী

প্ৰথমবাৰলৈ ক্ৰিকেট বিশ্বকাপ খেলিব ইটালীয়ে। ফুটবল বিশ্বত নিজৰ আধিপত্য বিস্তাৰৰ পাছত এইবাৰ বিশ্ব ক্ৰিকেটত নিজক প্ৰমাণ কৰিবলৈ সাজু ইটালী। পোনপ্ৰথমবাৰৰ বাবে ২২ গজত আৰু বিশ্বকাপৰ মঞ্চত নিজক প্ৰতিষ্ঠা কৰিবলৈ সাজু ইউৰোপীয়ান দেশখন।
2 Min read
1
Assamese

শুল্ক হ্ৰাসৰ সিদ্ধান্ত আমেৰিকাৰ! মাৰ্কিন ৰাষ্ট্ৰপতিক ধন্যবাদ মোদীৰ

ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত। মোদীৰ সৈতে কথা-বতৰাৰ পাছতেই এই ঘোষণা ট্ৰাম্পৰ। ভাৰতীয় পণ্য শুল্ক ২৫%ৰ পৰা হ্ৰাস কৰি ১৮% কৰা হ’ব বুলি ট্ৰাম্পে কৰা ঘোষণাৰ পাছতেই মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পক ধন্যবাদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। 
2 Min read
1
Assamese

মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক বিষবাষ্প বিপয়াইছে! লতাশিল থানাত ৰুজু গোচৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ গোচৰ। লতাশিল থানাত গোচৰ ৰুজু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে । মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সাম্প্ৰদায়িক বিষবাষ্প বিপয়াই ৰাজনীতি কৰাৰ অভিযোগেৰে দি অসম চিভিল ছ’চাইটিয়ে ৰুজু কৰিলে গোচৰ।
2 Min read
1
Assamese

উচ্ছেদিত এজনো যদি বাংলাদেশী ওলাই তেন্তে গুলীয়াই মাৰক, কোন বিধায়কে জনালে এই আহ্বান?

ৰাজ্যত অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চলিছে ইটোৰ পাছত সিটো বৃহৎ উচ্ছেদ অভিযান। চৰকাৰী ভুমি বেদখলমুক্ত কৰাৰ উদ্দেশ্যৰে এইবাৰ বৰাক উপত্যকাত চলিছে প্ৰশাসনৰ বুলড'জাৰ। 
2 Min read
1
Assamese

Who is হিমন্ত বিশ্ব শৰ্মা? এইবাৰ প্ৰশ্ন বদৰুদ্দিন আজমলৰ

'সংখ্যালঘুক বাৰে-বাৰে অপমান কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা কোন? আপোনালোকে ধৈৰ্য ধৰক, এজনো মিঞাৰ ওপৰত হাত তুলিলে আমি আইনৰ কাষ চাপিম'। মিঞাক অভয়বাণী দি এই হুংকাৰ মৌলানা বদৰুদ্দিন আজমলৰ।
1 Min read
Advertisment