Assamese ভাৰতৰ হাতত পৰাজয়ে আমুৱাইছে! সেয়ে ভাৰত-পাকিস্তানৰ মেচ বয়কটৰ সিদ্ধান্ত ল'লে নেকি পাকিস্তানে? টীম ইণ্ডিয়াৰ দুৰ্দান্ত ফৰ্মক লৈ শংকিত পাকিস্তান! ভাৰতৰ হাতত আকৌ এবাৰ ধৰাশায়ী হোৱাৰ ভয়তেই ভাৰতৰ বিৰুদ্ধে নেখেলাৰ সিদ্ধান্ত ল'লে নেকি পাকিস্তানে? প্ৰকৃততে কিয় ভাৰতৰ বিৰুদ্ধে গ্ৰুপ পৰ্যায়ৰ খেলখন বৰ্জন কৰিলে পাকিস্তানে?
Assamese মই হিন্দুও নহয়, মুছলমানো নহয়, দেশজুৰি চৰ্চাত থকা কোন এইজন মহম্মদ দীপক? মুছলমান ব্যৱসায়ীৰ পক্ষত থিয় হৈ বজৰং দলেৰে যুক্তি তৰ্ক। বজৰং দলে পৰিচয় সোধাত কৈছিল মোৰ নাম মহম্মদ দীপক। ৰাহুল গান্ধীয়ে হিৰো আখ্যা দিয়া দীপক কুমাৰক লৈ দেশজুৰি চৰ্চা।
Assamese অংক মিলিল, মিত্ৰতা চূড়ান্ত! 3G ফৰ্মূলাৰে আগবাঢ়িব কংগ্ৰেছ,অজাপ,ৰাইজৰ দল! অৱশেষত একলগ হ’ল ৩ গগৈ। আসন বুজাপৰাৰ নিমিলা অংক কোনোমতে মিলিল। এইপৰ্যন্ত আসনৰ সংখ্যা চূড়ান্ত নহ’লেও মিত্ৰতাৰ ক্ষেত্ৰত সকলো বাধা আঁতৰিছে কংগ্ৰেছ-ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ।
Assamese হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ল’ব লাগে আইনী ব্যৱস্থা, গৰজি উঠিল প্ৰাক্তন ন্যায়াধীশ মুখ্যমন্ত্ৰীৰ পদত থকাৰ নৈতিক অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ। মিঞা মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাৰ বাবে আইনী ব্যৱস্থা ল’ব লাগে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিছে প্ৰাক্তন ন্যায়াধীশ গোবিন মাথুৰ।
Assamese '২৬ত চৰকাৰ গঠন কৰিলে অসমৰ বাবে কি কাম কৰিব ৰাইজৰ দলে? কি আছে ৰাইজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰত? বিধানসভা নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰিলে ৰাজ্যবাসীৰ বাবে কি কি কাম কৰিব ৰাইজৰ দলে? ইতিমধ্যেই বিধানসভা নিৰ্বাচনৰ বাবে অখিল গগৈয়ে মুকলি কৰিছে ৰাইজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰ। পাছে কি কি বিষয়ে স্থান পাইছে এই ইস্তাহাৰত?
Assamese অসমীয়াৰ হেৰুওৱা পৰিচয় উদ্ধাৰৰ বাবে পৰাক্ৰমেৰে যুঁজিম- মুখ্যমন্ত্ৰী চিলাৰায় আৰু নৰনাৰায়ণে ৰাজত্ব কৰা ভূমিত আজি সংখ্যালঘুত পৰিণত হৈছে অসমীয়া। এচাম আগ্ৰাসী লোকে জাতিটোক সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ উঠিপৰি লাগিছে।
Assamese আইন-কানুনতকৈ আৰক্ষী ঊৰ্ধ্বত নহয়, আৰক্ষীৰ বিৰুদ্ধে কঠোৰ উচ্চ ন্যায়ালয় আইন-কানুনতকৈ ঊৰ্ধ্বত নহয় আৰক্ষী। অপৰাধীক শাস্তি দিয়াৰ দায়িত্ব ন্যায়পালিকাৰহে, আৰক্ষীৰ নহয়। অপ্ৰয়োজনীয় কাৰণত গুলীচালনা কেতিয়াও গ্ৰহণযোগ্য নহয়।
Assamese মিঞা নহয়, টাৰ্গেট মুছলমান! মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আহ্বান বিধায়কৰ হিমন্ত বিশ্ব শৰ্মাই মিঞাক নহয়, মুছলমানক টাৰ্গেট কৰিছে। মুখ্যমন্ত্ৰীয়ে ঘৃণাৰ দোকান বন্ধ কৰি বিশ্ৰাম লওক। মিঞাক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰীক আৰু কি আহ্বান জনালে বিধায়ক ৰফিকুল ইছলামে?
Assamese চিন্তা আঁতৰিল, বিশ্বকাপৰ পূৰ্বে সুস্থ হৈছে ষ্টাৰ বেটাৰ তিলক বাৰ্মা শীঘ্ৰেই ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন কৰিব ষ্টাৰ বেটাৰ তিলক বাৰ্মাই। আঘাতৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ পৰা বাদ পৰা তিলক বাৰ্মাই BCCIৰ চেণ্টাৰ অৱ এক্সেলেন্সৰ পৰা সেউজ সংকেত লাভ কৰিছে।
Assamese কান্দি লাভ নাই, নাগৰিকত্বৰ প্ৰমাণ দিয়ক! কঠোৰ মুখ্যমন্ত্ৰী 'বাংলাদেশৰ পৰা অহা মানুহে অসমত কেনেকৈ কাম কৰিব পাৰে? আইন মতে গ'লে মিঞাই অসমত ৰিক্সা চলাবই নোৱাৰে। SRৰ ন’টিছ যদি গৈছে, ভাৰতীয় বুলি প্ৰমাণ কৰিলেই হ’ল।