Assamese জালুকবাৰীৰ পৰা কেনেকৈ নিৰ্বাচনত জয়ী হয় হিমন্ত বিশ্ব শৰ্মা? কি ক'লে অখিল গগৈয়ে- মুখ্যমন্ত্ৰী যদি ইমানেই খিলঞ্জীয়া, মুখ্যমন্ত্ৰীৰ যদি দম আছে তেনেহলে শিৱসাগৰত নিৰ্বাচন খেলক আৰু জিকি দেখুৱাওক। মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান অখিল গগৈৰ।
Assamese বিজেপিত বঙহৰ যুঁজ! ২ ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট টিকটকেন্দ্ৰিক বিতৰ্কৰ ভয়ংকৰ ৰূপ! বিধানসভা নিৰ্বাচনৰ পূৰ্বেই বিজেপিৰ ২ পক্ষৰ মাজত প্ৰচণ্ড সংঘাত। শোণিতপুৰৰ বৰছলা সমষ্টিত এইবাৰ বিজেপিৰ মাজত বঙহৰ যুঁজ। বিধায়কৰ উপস্থিতিতে দুই ফৈদৰ প্ৰচণ্ড মাৰপিটত গুৰুলাগুৰুলকৈ প্ৰহাৰ দলীয় কৰ্মীক।
Assamese পাকিস্তানী সেনা, ISIৰ ঘাটিত ভয়ংকৰ আক্ৰমণ, বেলুচিস্তান হেৰুওৱাৰ দিশে পাকিস্তান! পুনৰবাৰ যুদ্ধক্ষেত্ৰত পৰিণত হৈছে বেলুচিস্তান। বিএলএৰ যোদ্ধাসকলে পাকিস্তানী সেনাৰ কেইবাটাও ঘাটি আৰু ISIৰ ঘাটিত চলাইছে ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণত নিহত হৈছে ২০ জনতকৈও অধিক পাকিস্তানী জোৱান। তাৰ পাছতেই চৰ্চা- বেলুচ লিবাৰেচন আৰ্মীৰ হাতলৈ যাব নেকি বেলুচিস্তান?
Assamese অসমৰ পৰা মিঞা খেদিমেই! হাজাৰটা গৌৰৱ গগৈ, ৰাহুল গান্ধী আহিলেও মোক ৰখাব নোৱাৰে মই অসমৰ পৰা অবৈধ বাংলাদেশী খেদিমেই। হাজাৰটা গৌৰৱ গগৈ, ৰাহুল গান্ধী আহিলেও মোক ৰখাব নোৱাৰে। গৌৰৱ গগৈ আৰু কংগ্ৰেছ দলটো মিঞাৰ পিছত পগলা হৈ আছে। পাৰিলে গোটেই পৃথিৱীখনেই মিঞা বনাই দিব কংগ্ৰেছে- কটাক্ষ মুখ্যমন্ত্ৰী।
Assamese মিঞাৰ ৰেচন কাৰ্ড, MBBS ডিগ্রী বাতিল কৰক, মিঞা খেদিবলৈ ACTION PLAN হিন্দুত্ববাদী নেতাৰ মাত্ৰ দুটা মাহ। দুটা মাহৰ ভিতৰতেই অসমৰ পৰা খেদিব পৰা ষাব বাংলাদেশী মিঞাক। মিঞাক চিনাক্ত কৰিবলৈ কোনোধৰণৰ নথিপত্ৰ নালাগে। অসমৰ পৰা মিঞা খেদিবলৈ ACTION PLAN হিন্দুত্ববাদী নেতা ডাঃ প্ৰবীণ ভাই টোগাড়িয়াৰ।
Assamese SRৰ জৰিয়তে নিৰ্বাচনত জয়ী হোৱাৰ চেষ্টা! বিৰোধীৰ প্ৰতিবাদত কঁপিল গুৱাহাটী SR বিসংগতিক লৈ গুৱাহাটীৰ চচলত উত্তাল প্ৰতিবাদ। APCCৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত বিৰোধীৰ প্ৰতিবাদী কাৰ্যসূচী। বিজেপিৰ বিৰুদ্ধে ভিন্ন শ্ল'গানৰে প্ৰতিবাদত অংশগ্ৰহণ বিৰোধী ঐক্যমঞ্চৰ প্ৰায়বোৰ দলৰ।
Assamese 'সকলোকে বিশ্বাস কৰাটোৱেই আমাৰ ভুল আছিল', কিন্তু জুবিনে মানুহ চিনাই থৈ গ'ল 'জুবিন যেতিয়া পৃথিৱাৰ পৰা যাব লগা হ'ল, মোক মানুহবিলাক চিনাকি কৰি থৈ গ'ল । তেওঁলোকক পৰিয়াল বুলি ভৱাটো আমাৰ আটাইতকৈ ডাঙৰ ভুল আছিল। আদালতৰ বাহিৰত কান্দি উঠিল গৰিমা শইকীয়া গাৰ্গ। ক'লে- 'এই দানৱকেইটাই যাতে কেতিয়াও জামিন নাপায়'।
Assamese কংগ্ৰেছৰ নেতৃত্বত বিৰোধীৰ নাও ডুবাটো নিশ্চিত- আজমল '২৬ৰ নিৰ্বাচনত AIUDF অবিহনে কংগ্ৰেছ শাসনলৈ আহিব নোৱাৰে'। 'আমাৰ অবিহনে কংগ্ৰেছে চৰকাৰ গঠন কৰিব নোৱাৰে, এই কথা লিখি লওক'। 'কংগ্ৰেছে AIUDF অবিহনে কেনেকৈ শাসনত আহিম বুলি ভাবিছে?'- মন্তব্য AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ।
Assamese জেলে আমুৱাইছে! ৰেহাই লাগে সিদ্ধাৰ্থ শৰ্মাক জুবিন গাৰ্গ হত্যাৰ গোচৰৰ পৰা ৰেহাই বিচাৰিছে সিদ্ধাৰ্থ শৰ্মাই। বিসংগতিপূৰ্ণ ধাৰা সংলগ্ন কৰা বুলি দাবী জুবিন গাৰ্গ হত্যাৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থৰ। ছিংগাপুৰ আৰক্ষীয়ে কৰা তদন্তৰ সকলো নথিও বিচাৰিলে সিদ্ধাৰ্থই।
Assamese বানমুক্ত অসম, বাংলাদেশীমুক্ত অসম! অসমবাসীক কি কি প্ৰতিশ্ৰুতি দিলে অমিত শ্বাহে? দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত অমিত শ্বাহৰ বিশাল জনসভা। বিশাল জনসভাতেই তৃতীয়বাৰলৈ অসমত বিজেপি চৰকাৰ হ'লে এটা এটাকৈ বাংলাদেশী খেদাৰো হুংকাৰ অমিত শ্বাহৰ।