Advertisment
Mrinmoy Talukdar

Mrinmoy Talukdar

1
Assamese

SRৰ টাৰ্গেট এতিয়া খিলঞ্জীয়া মুছলমান, দল সংগঠনৰ উত্তাল প্ৰতিবাদ

প্ৰব্ৰজনকাৰীৰ সলনি SRৰ ৰোষত খিলঞ্জীয়া! খিলঞ্জীয়া মুছলমান হৈ পৰিছে এতিয়া SRৰ প্ৰধান টাৰ্গেট। SRৰ বিতৰ্কই নিদ্ৰা হৰণ কৰিছে ৰাজ্যবাসীৰ। SRত নাম কৰ্তন মৰিগাঁৱৰ প্ৰায় ১৩ হাজাৰ খিলঞ্জীয়াৰ। SRৰ বিসংগতিক লৈ মৰিগাঁৱত ব্যাপক প্ৰতিক্ৰিয়া, উত্তাল প্ৰতিবাদ।
2 Min read
1
Assamese

সাম্প্ৰদায়িক ৰাজনীতিয়ে কাম নিদিলে। সেয়ে এতিয়া ভোট চুৰি, সৰৱ লুৰীণজ্যোতি

ভোট চুৰি হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনত জয়ী হোৱাৰ একমাত্ৰ কৌশল। নাগৰিকৰ গণতান্ত্ৰিক আধিকাৰ চুৰিৰ বাবে বিজেপি চৰকাৰ উঠি-পৰি লাগিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বদৰুদ্দিন আজমলক লৈ সৰৱ লুৰীণজ্যোতি গগৈ।
2 Min read
1
Assamese

প্ৰধানমন্ত্ৰীৰ পৰা ৰাহুল গান্ধীলৈকে ...। অজিত পাৱাৰৰ মৃত্যুত শোকৰ ছাঁ

বাৰামাটিত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনাত কৰুণ মৃত্যু মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ। অজিত পাৱাৰৰ মৃত্যুৱে সমগ্ৰ দেশৰ ৰাজনৈতিক মহলত শোকৰ ছাঁ পেলাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা ৰাহুল গান্ধীলৈকে সকলোৱে স্মৰণ কৰিছে জ্যেষ্ঠ ৰাজনীতিবিদ গৰাকীক।
2 Min read
1
Assamese

প্ৰথমে ৪-৫টা বিস্ফোৰণৰ শব্দ তাৰ পাছতেই...। কি ক'লে বিমান দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে

ভয়ংকৰ বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু। নিৰ্বাচনী সভাত অংশ ল’বলৈ বাৰামতীলৈ গৈছিল NCP নেতাজন। বাৰামতীত লেণ্ডিঙৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হয় অজিত পাৱাৰৰ বিমান। ভয়ংকৰ এই দুৰ্ঘটনাত অজিত পাৱাৰসহ ৫জনৰ মৃত্যু।
1 Min read
1
Assamese

ভয়ংকৰ বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু

বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু। ভয়ংকৰ দুৰ্ঘটনাটোত অজিত পাৱাৰসহ ৫জনৰ মৃত্যুৰ খবৰ। নিৰ্বাচনী সভাত অংশ ল’বলৈ বাৰামতীলৈ গৈছিল অজিত পাৱাৰ। বাৰামতীত লেণ্ডিঙৰ সময়তে সংঘটিত হৈছিল ভয়ংকৰ অঘটন.
1
Assamese

ভোটাৰ তালিকাৰ পৰা কিমান মিঞাৰ নাম কৰ্তন হ’‍ব ? মুখ্যমন্ত্ৰীয়ে দিলে হিচাপ

অসমত কোনো কাৰণতে ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব মিঞা মুছলমানে। কাৰণ ভোটাৰ তালিকাৰ পৰা কৰ্তন হ’ব লাখ লাখ মিঞা মুছলমানৰ নাম। মুখ্যমন্ত্ৰীৰ হিচাপ মতে অসমত ৪-৫ লাখ মিঞাই দিব নোৱাৰিব ভোট।
1
Assamese

ICCৰ ধমকত সুৰ সলালে পাকিস্তানে! ডুবিল বাংলাদেশ ক্ৰিকেট

অৱশেষত হাইঠা মাটিত পৰিল। ICCৰ ধমকৰ পাছতেই সুৰ সলনি হ'ল পাকিস্তানৰ। বিশ্বকাপ বৰ্জনৰ হুংকাৰ দিয়া পাকিস্তানে এতিয়া ঘোষণা কৰিলে বিশ্বকাপৰ বাবে পাকিস্তান দল। কিন্তু পাকিস্তানক বিশ্বাস কৰি ডুবিল বাংলাদেশ ক্ৰিকেট।
2 Min read
1
Assamese

প্ৰাইভেট স্কুলত অনুষ্ঠিত নহয় পৰীক্ষা, HSLC আৰু HS পৰীক্ষাৰ পূৰ্বে আহিল নতুন নিয়ম

HSLC আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ ডাঙৰ খবৰ। কাৰণ পৰীক্ষাৰ বাবে অনা হৈছে কেইবাটাও নতুন নিয়ম। এইবাৰ সম্পূৰ্ণভাৱে চৰকাৰী শিক্ষকেই পৰিচালনা কৰিব HSLC আৰু HS পৰীক্ষা। স্বচ্ছভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবেই লোৱা হৈছে এই বিশেষ সিদ্ধান্ত।
2 Min read
1
Assamese

বাংলাদেশৰ বিৰুদ্ধে পুনৰ কঠোৰ ICC!

টি-২০ বিশ্বকাপক লৈ বিতৰ্ক অব্যাহত আছে। প্ৰথমে  টি-২০ বিশ্বকাপৰ পৰা বাংলাদেশ ক্ৰিকেট দলক বাদ দিয়া আৰু এতিয়া ১০০ৰো অধিক বাংলাদেশী সাংবাদিকৰ স্বীকৃতিৰ আৱেদন নাকচ কৰি iccএ পুনৰ এক নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।
1 Min read
1
Assamese

SRৰ নামত ভয়ংকৰ কাণ্ড! মণ্ডল বিজেপিৰ সভাপতিৰ বিৰুদ্ধে ক্ষোভ

SRক লৈ পুনৰ সৃষ্টি হৈছে বিতৰ্কৰ। SR প্ৰক্ৰিয়াৰ জৰিয়তে এইবাৰ জীৱিত ব্যক্তিক মৃত সজোৱাৰ অভিযোগ। কঁচুগাঁও মণ্ডল বিজেপিৰ সভাপতি ৰমাকান্ত ব্ৰহ্মৰ বিৰুদ্ধে গাঁৱখনৰ ১৪২ বাসিন্দাৰ নাম কৰ্তন কৰাৰ গুৰুতৰ অভিযোগ। ঘটনাক লৈ মান্দাৰপাৰা গাঁৱত তীব্ৰ প্ৰতিক্ৰিয়া। 
1 Min read
Advertisment