Advertisment
Mrinmoy Talukdar

Mrinmoy Talukdar

1
Assamese

প্ৰকৃত আঞ্চলিকতাবাদী আমি। লুৰিণে মিঞাৰ লগত কম্প্ৰমাইজ কৰিছে- মুখ্যমন্ত্ৰী

লুৰীণজ্যোতি গগৈৰ আঞ্চলিকতাবাদ হৈছে মিঞাৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদ। বৰপেটাত বেদখলকাৰীক উচ্ছেদ কৰিলেও লুৰীণজ্যোতি গগৈৰ দৰে নেতাই কান্দে। লুৰীণজ্যোতিয়ে মনত ৰখা উচিত যে ৮৫৫ জন শ্বহীদে মিয়াক ৰক্ষা কৰিবলৈ মৃত্যুবৰণ কৰা নাছিল।
2 Min read
1
Assamese

বিকল্পৰ সন্ধানত BCCI! ৱাশ্বিংটন সুন্দৰৰ বিকল্প হ'ব পাৰে ৰিয়ান পৰাগ

টি-২০ বিশ্বকাপৰ পূৰ্বে আঘাতে সমস্যাৰ সৃষ্টি কৰিছে টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূমত। শেহতীয়া নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত আঘাতপ্ৰাপ্ত হৈছিল ৱাশ্বিংটন সুন্দৰ। খবৰ অনুসৰি আঘাতপ্ৰাপ্ত ৱাশ্বিংটন সুন্দৰৰ স্থানত বিশ্বকাপৰ দলত অন্তৰ্ভুক্ত হ'ব পাৰে ৰিয়ান পৰাগ।
2 Min read
1
Assamese

নেতাৰ পাছে পাছে ঘূৰি দালালী কৰাটো বাদ দি IAS-IPS হোৱাৰ সংকল্প লওক

সংখ্যালঘু মানুহে শিক্ষাত গুৰুত্ব দিয়ক। নেতাৰ পাছে পাছে ঘূৰি দালালী কৰাটো বাদ দিয়ক। সংখ্যালঘু অঞ্চলৰ পৰা ডজনে ডজনে IAS-IPS ওলাওঁক, ডজনে ডজনে ন্যায়াধীশ ওলাওক। ৰাজ্যৰ সংখ্যালঘু সমাজলৈ এই আহ্বান বিধায়ক শ্বেৰমান আলী আহমেদৰ। 
1 Min read
1
Assamese

মহাকাশত গৈ উজলিব মিঞা মুছলমান! মুখ্যমন্ত্ৰীলৈ বাৰ্তা আজমলৰ

২০ বছৰ পিছত মিঞা বুলি কোনেও আমাক তাচ্ছিল্য কৰিব নোৱাৰি। মিঞাক লৈ পলিটিক্স কৰা বন্ধ কৰক মুখ্যমন্ত্ৰীয়ে। গণৰাজ্য দিৱসৰ দিনাই মুখ্যমন্ত্ৰীক বিশেষ আহ্বান বদৰুদ্দিন আজমলৰ।
2 Min read
1
Assamese

মই কেতিয়াও ভবা নাছিলো, মই এনে এখন অসমৰ...। মুখ্যমন্ত্ৰীৰ উদাত্ত ভাষণ

ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ। যোৱা ৫টা বছৰে অসমৰ জনতাই আন্দোলন আৰু সন্ত্ৰাসবাদৰ পৰা দূৰত থাকি মুখ্যমন্ত্ৰীক ৰাজ্যখন পৰিচালনাৰ সুযোগ দিয়া বাবে অসমবাসীক ধন্যবাদ মুখ্যমন্ত্ৰীৰ।
2 Min read
1
Assamese

হাজাৰ হাজাৰ বিমানৰ উৰণ বাতিল! প্ৰকৃতিৰ তাণ্ডৱত বিধ্বস্ত আমেৰিকাৰ জনজীৱন

প্ৰচণ্ড তুষাৰপাত আৰু তাৰ মাজতে ধুমুহা। প্ৰকৃতিৰ এই তাণ্ডৱে এতিয়া বিধ্বস্ত কৰি তুলিছে আমেৰিকাৰ কেইবাখনো ৰাজ্য। একাঠুৰ পৰা একঁকাল পৰ্যন্ত বৰফৰ তৰপৰ মাজত আৱদ্ধ হৈ পৰিছে জনতা। ধুমুহাৰ ফলত বিচ্ছিন্ন বিদ্যুত্‍ সেৱা। ইয়াৰ মাজত পণবন্দী প্ৰায় ১৪ কোটি জনতা। 
1 Min read
1
Assamese

শোকাৱহ! ডাম্পাৰৰ খুন্দাত ৪জনৰ কৰুণ মৃত্যু

ভয়ংকৰ! এক শোকাৱহ দুৰ্ঘটনাই জোকাৰি গৈছে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ লগতে অসম। অৰুণাচল প্ৰদেশৰ ৩২ মাইলত তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে কেইবাজনো লোকক। ভয়ংকৰ দুৰ্ঘটনাত ৪ জনকৈ লোকৰ কৰুণ মৃত্যু। 
1 Min read
1
Assamese

কংগ্ৰেছৰ চৰকাৰ হলে মিঞাই দখল কৰিব দিছপুৰ-মুখ্যমন্ত্ৰী

মিঞাময় হৈ পৰিছে কংগ্ৰেছ। ৰাজীৱ ভৱনতো এতিয়া মিঞাৰ উজান উঠিছে। ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ হলে মিঞাই দখল কৰিব দিছপুৰ। গতিকে কংগ্ৰেছক পৰাজিত কৰি দেশ আৰু জাতি সুৰক্ষিত কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।
2 Min read
1
Assamese

বিজেপি-অগপৰ আসন বুজাবুজিক লৈ কোনো অসুবিধা নাই- মুখ্যমন্ত্ৰী

বিজেপি, AGP, BPF আৰু UPPL দলৰ মাজত মিত্ৰতা হ'বই। অগপৰ লগতো আসন বুজাবুজিক লৈ আমাৰ কোনো অসুবিধা নাই। আমাৰ মাজত আসনক লৈ ঘৰুৱাভাৱেই আলোচনা হ'ব। NDAৰ আসন বুজাপৰাক লৈ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
1
Assamese

জয়ৰ হেট্ৰিকেৰে বৰ্ষাপাৰাত শৃংখলা দখলৰ লক্ষ্য টীম ইণ্ডিয়াৰ

গুৱাহাটীত আজি ভাৰত-নিউজিলেণ্ডৰ তৃতীয়খন টি-২০। বৰ্ষাপাৰাত অনুষ্ঠিত হ'বলগীয়া খেলখনত শৃংখলা জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হ'ব সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন টীম ইণ্ডিয়া। আনহাতে পৰাজয়ৰ হেট্ৰিকৰ পৰা বাচিবলৈ কিৱি বাহিনীৰ সম্মুখত আজি মৰণপন যুঁজ।
1 Min read
Advertisment