Advertisment
Mrinmoy Talukdar

Mrinmoy Talukdar

thumb
Assamese

নাবালিকা ছাত্ৰীৰে শিক্ষক পদ্ম অলি শৰ্মাৰ জঘন্য কাণ্ড !

শিক্ষকতাৰ পৱিত্ৰ বৃত্তিত কালিমা সানিলে পদ্ম অলি শৰ্মাই!নাবালিকা ছাত্ৰীৰে শিক্ষক পদ্ম অলি শৰ্মাই সংঘটিত কৰিলে জঘন্য কাণ্ড। শিক্ষক পদ্ম অলি শৰ্মাৰ বিৰুদ্ধে দুগৰাকী ছাত্ৰীৰ গোপন অংগ স্পৰ্শ কৰাৰ অভিযোগ।
2 Min read
thumb
Assamese

হিন্দু থাকিলেহে পৃথিৱীৰ অস্তিত্ব থাকিব -মোহন ভাগৱত

"হিন্দু নাথাকিলে নাথাকিব পৃথিৱীৰ অস্তিত্ব..."।  " ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ কাৰো বিৰোধী নহয়"। সমাজক একত্ৰিত কৰিবলৈ গঠন কৰা হৈছে RSS। মণিপুৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতৰ ডাঙৰ বক্তব্য
1 Min read
THUMB
Assamese

৩০ সংখ্যক টেষ্ট ভেন্যুৰূপে অভিষেক ঘটিল বৰ্ষাপাৰাৰ

টেষ্ট অভিষেক ঘটিল বৰ্ষাপাৰাৰ। ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল অসমৰ ক্ৰিকেটপ্ৰেমী। দেশৰ ৩০ সংখ্যক টেষ্ট ভেন্যু হিচাপে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হ'ল বৰ্ষাপাৰাত। টছত জয়ী হৈ দক্ষিণ আফ্ৰিকাৰ সংগ্ৰহ ২৪৭/৬।
1 Min read
Thumb
Assamese

ভাৰতক অশান্ত কৰিবলৈ ISIৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট

ভাৰতক অশান্ত কৰিবলৈ পাকিস্তানী চোৰাংচোৱা সংস্থা ISIৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট। লুধিয়ানাত আৰক্ষীৰ এনকাউণ্টাৰত ধৰাশায়ী হ'ল ISI সমৰ্থিত দুটাকৈ সন্ত্ৰাসবাদী । ধনৰ টোপ দি একাংশ হিন্দু লোককো চোৰাংচোৱাৰূপে ব্যৱহাৰ কৰিছে ISIয়ে।
2 Min read
Thumb
Assamese

পুনৰ বিতৰ্কত GMCH!  চিকিৎসকৰ গাফিলতিত ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ

পুনৰ বিতৰ্কত গুৱাহাটী মেডিকেল কলেজ হস্পাতাল। আকৌ চিকিৎসকৰ গাফিলতিত ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ। বৃক্ক সংৰোপণৰ পিছতে মৃত্যু হয় ৰঞ্জুমনি গগৈ নামৰ মহিলাগৰাকীৰ। পত্নীক বৃক্ক দান কৰা চাবুৱাৰ বিপুল গগৈ এতিয়াও চিকিৎসাধীন।
1 Min read
THUMB
Assamese

অনিশ্চয়তাত  নামনি সোঁৱণশিৰি জলবিদ্যুত প্ৰকল্প!

অনিশ্চয়তাৰ মাজত সোমাই পৰিছে নামনি সোঁৱণশিৰি জলবিদ্যুত প্ৰকল্প। দুটা ইউনিট ব্যৱহাৰ কৰি ৫০০ মেগাৱাট বিদ্যুৎ উত্পাদনৰ লক্ষ্যৰে চলোৱা পৰীক্ষাৰ মাজতে অঘটন। ভাঙি থাকিল টাৰ্বাইনৰ ৰ’টাৰৰ বিয়েৰিং, বিলম্বিত বিদ্যুৎ উত্পাদন।
1 Min read
THUMB
Assamese

ডুবাইৰ এয়াৰশ্বত মূহূৰ্ত্ততে জ্বলি ছাৰখাৰ যুদ্ধ বিমান 'তেজছ'

দেশবাসীৰ বাবে দুখবৰ। ডুবাইৰ এয়াৰশ্বত ভাৰতীয় যুদ্ধ বিমানেৰে অঘটন। এয়াৰশ্বৰ সময়তে  দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। বিমানখন ভূ-পতিত হোৱাৰ দৃশ্য বন্দী হয় কেমেৰাত।
1 Min read
thumb
Assamese

ফাৰ্মাচীলৈ গলেই এতিয়াৰে পৰা নাপাব কফ চিৰাপ!

কফ চিৰাপক লৈ কঠোৰ সিদ্ধান্ত ল'ব কেন্দ্ৰীয় চৰকাৰে। এতিয়াৰে পৰা প্ৰেচক্ৰিপশ্যন অবিহনে আপুনি ক্ৰয় কৰিব নোৱাৰিব কফ চিৰাপ! শেহতীয়াকৈ মধ্যপ্ৰদেশত কেইবাজনো শিশু মৃত্যুমুখত পৰাৰ পাছতে এই কঠোৰ সিদ্ধান্ত লোৱাৰ দিশে কেন্দ্ৰীয় চৰকাৰ।
1 Min read
Thumb
Assamese

লক্ষ্য ২০২৬! গাডী ৰক্ষাৰ কুচকাৱাজ আৰম্ভ বিজেপিৰ

লক্ষ্য ২০২৬! গাডী ৰক্ষাৰ কুচকাৱাজ আৰম্ভ বিজেপিৰ। BTADৰ ১৫ আসনক লৈও ছিৰিয়াছ বিজেপি। নিৰ্বাচনী মন্ত্ৰনা লৈ গুৱাহাটীত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ।
1 Min read
Thumb
Assamese

কাইলৈ টেষ্ট অভিষেক ঘটিব বৰ্ষাপাৰাৰ

টেষ্ট অভিষেক ঘটিব বৰ্ষাপাৰাৰ। কাইলৈৰ পৰা গুৱাহাটীত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন টেষ্ট । আঘাতৰ বাবে দলৰ পৰা বাহিৰ হ’ল টীম ইণ্ডিয়াৰ অধিনায়ক শুভমন গিল। শুভমন গিলৰ অনুপস্থিতিত টীম ইণ্ডিয়াক নেতৃত্ব দিব ঋষভ পণ্টে।
1 Min read
Advertisment