Advertisment
Mrinmoy Talukdar

Mrinmoy Talukdar

THUMB
Assamese

বৰ্ষাপাৰাত আজি বিশ্বকাপৰ মহাৰণ, সমুখসমৰত  ভাৰত-শ্ৰীলংকা

ক্ৰিকেট অনুৰাগীৰ বহু প্ৰতীক্ষাৰ অন্তত আজিৰে পৰা মহিলা বিশ্বকাপৰ মহাৰণ। উদ্ধোধনী খেলখনত আজি মুখামুখি হ'ব ভাৰত আৰু শ্ৰীলংকা। উদ্ধোধনী খেলৰ পূৰ্বে হাৰ্টথ্ৰৱ জুবিন গাৰ্গক জনোৱা হ'ব শ্ৰদ্ধাঞ্জলি। 
2 Min read
THUMB
Assamese

ফাইনেলত জয়ী হৈও ট্ৰফী অবিহনেই উভতিব নেকি টীম ইণ্ডিয়া?

ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হবলগীয়া খেলখনলৈ বাট চাই ৰৈছে সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীয়ে। ৰোমাঞ্চকৰ খেলখনৰ মাজতেই ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ মাজত আন এক কৌতুহলৰ সৃষ্টি হৈছে।
2 Min read
THUMB
Assamese

এছিয়া কাপৰ ফাইনেলত আজি ভাৰত-পাকিস্তান

আজি এছিয়া কাপৰ ফাইনেলৰ মহাৰণ। প্ৰতিযোগিতাখনত তৃতীয়বাৰৰ বাবে মুখামুখি হ’ব দুই চিৰবৈৰী দল। জয়ৰ হেট্ৰিক অৰ্জন লক্ষ্যৰে আজি ২২ গজত নামিব টীম ইণ্ডিয়া।
2 Min read
THUMB
Assamese

আজি পঞ্চভূতত বিলীন হ'ব সংগীতৰ ৰজা

মায়াবিনীৰ স্ৰষ্টাই আজি পৰিয়াল, আত্মীয় আৰু হাজাৰ হাজাৰ অনুৰাগীৰ উপস্থিতিত বিলীন হ'ব পঞ্চভূতত। আজি সোণাপুৰৰ কমাৰকুছিত জীৱনৰ অন্তিমখন মঞ্চত উঠিব প্ৰাণৰ শিল্পী।
2 Min read
THUMB
Assamese

GMCHত সম্পন্ন জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা

দ্বিতীয়বাৰৰ বাবে সম্পন্ন হয় হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা৷ AIIMSৰ চিকিৎসকৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হয় অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ।
2 Min read
THUMB
Assamese

কোনে কৰিব মৰমৰ, হেঁপাহৰ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মুখাগ্নি?

মংগলবাৰে পঞ্চভূতত বিলীন হ'ব অসমীয়াৰ জুবিন গাৰ্গ। কমাৰকুছিত ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ শেষকৃত্যৰ বাবে চলাইছে প্ৰস্তুতি। ৰাষ্ট্ৰীয় মৰ্যাদাৰে বিদায় জনোৱা হ'ব প্ৰাণৰ শিল্পীগৰাকীক। 
2 Min read
THUMB
Assamese

ৰহস্যঘন মৃত্যু! GMCHত কাইলৈ হ’ব জুবিনৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা

অকাল মৃত্যু জুবিন গাৰ্গৰ। সাঁতুৰিবৰ বাবে নামিছিল ছিংগাপুৰৰ সাগৰত, সাঁতুৰি থাকোঁতেই জুবিন গাৰ্গৰ স্বাস্থ্য অৱনতি ঘটিছিল আৰু তাৰ পাছত কোনোদিন উভতি নহা বাটেৰে গুছি গ'ল হাৰ্টথ্ৰৱ।
2 Min read
THUMB
Assamese

ৰাজ্যৰ ভিন্ন প্ৰান্তত এজাহাৰ, শীঘ্ৰেই গ্ৰেপ্তাৰ হ’ব পৰা তালিকাত কোন কোন?

এটা কফিনৰ ভিতৰত নীৰৱে শুই আছে জুবিন গাৰ্গ। হাজাৰ চেষ্টা কৰিও অসমীয়াই আৰু জগাব নোৱাৰিলে প্ৰাণৰ শিল্পীক। জুবিন নামৰ সত্বাটোক অসমীয়াই কেতিয়াও পাহৰিব নোৱাৰে। সাগৰ তলিত শুবৰে মন বুলি গান গোৱা জুবিনে সাগৰতেই ললে জীৱনৰ অন্তিমটো উশাহ। 
2 Min read
THUMB
Assamese

আৰু কিছু বেলি দেখা দিবা নেকি...সৰুসজাইত নীৰৱে শুই আছে জুবিন গাৰ্গ

সৰুসজাইত নীৰৱে শুইছে জুবিনে। জুবিন গাৰ্গক প্ৰতিজন অসমীয়াই আজি মায়াবিনী গাই জগাবলৈ চেষ্টা কৰিছে। কিন্তু জীৱনৰ ৫২ টা বসন্তৰ ভাগৰ জিৰাবলৈ চিৰকাললৈ শুই গ'ল জুবিন গাৰ্গ।
2 Min read
Advertisment