Assamese শচীন তেণ্ডুলকাৰ হ'ব নেকি BCCIৰ পৰৱৰ্তী সভাপতি? ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড তথা BCCIৰ পৰৱৰ্তী সভাপতি কোন হ'ব? ২৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া BCCIৰ নিৰ্বাচনক লৈ এতিয়া চৰ্চা চলিছে। শেহতীয়াভাৱে চৰ্চালৈ আহিছে শচীন তেণ্ডুলকাৰৰ নাম।
Assamese পুনৰ ভাৰতলৈ উভতিব নেকি Tiktok? পুনৰ ভাৰতলৈ উভতিব নেকি Tiktok? বিগত কিছুদিন ধৰি দেশজুৰি পুনৰ Tiktokক লৈ চৰ্চা চলিছে। সচাকৈয়ে চৰ্চা চলাৰ নিচিনা ভাৰতলৈ পুনৰ উভতিব নেকি Tiktok? (টিকটক)
Assamese আজিৰে পৰা বহুপ্ৰত্যাশিত এছিয়া কাপ এছিয়া কাপৰ আজি প্ৰথমখন মেচত মুখামুখি হ’ব আফগানিস্তান আৰু হংকং। আবুধাবিত নিশা ৮ বজাৰ পৰা আৰম্ভ হ’বলগীয়া Group Bৰ এই মেচখনত দৃষ্টি নিবদ্ধ থাকিব সকলোৰে।
Assamese ৰাধাকৃষ্ণণ নে বি সুদৰ্শন ৰেড্ডী-কোন হ'ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি? আজি দেশৰ ১৪ সংখ্যক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন। উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে আৰম্ভ হৈছে ভোটগ্ৰহণ। ৰাধাকৃষ্ণণ নে বি সুদৰ্শন ৰেড্ডী- দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি কোন?
Assamese অৱশেষত প্ৰতিবাদকাৰীৰ ওচৰত শিৰণত কৰিলে নেপাল চৰকাৰে। ৩ কোটি জনসংখ্যাৰ নেপালৰ যুৱ প্ৰজন্মৰ বিশাল প্ৰতিবাদৰ পিছত সেও মানিবলৈ বাধ্য হ'ল নেপাল চৰকাৰ। কিছুদিনৰ আগতে ছ’চিয়েল মিডিয়া ব্যৱহাৰত... (International) বিদেশী | Assamese
Assamese এদিনীয়া ক্ৰিকেটৰ ইতিহাসত বিশ্ব অভিলেখ ইংলেণ্ডৰ এদিনীয়া ক্ৰিকেটৰ ইতিহাসত বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ইংলেণ্ডে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ইংলেণ্ডে ৩৪২ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰিছে দক্ষিণ আফ্ৰিকাক। এদিনীয়া ক্ৰিকেটৰ ইতিহাসত ৰানৰ ক্ষেত্ৰত এয়া সৰ্ববৃহৎ জয়।
Assamese সাজু ভেকচিন, নিৰাময় হ'ব কৰ্কট ৰোগ! চিকিৎসা বিজ্ঞানৰ এক নতুন সাফল্য। ৰাছিয়াই নিৰ্মান কৰি উলিয়াইছে কৰ্কট ৰোগৰ নতুন প্ৰতিষেধক। ফেডাৰেল মেডিকেল এণ্ড বায়’লজিকেল এজেন্সীয়ে প্ৰস্তুত কৰা এই ভেকচিন এতিয়া ব্যৱহাৰৰ বাবে সাজু হৈছে। (cancer), (Russsia)
Assamese ‘সমন্বয় তীৰ্থ’-সলনি হ'ল ড০ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ নাম ক্ষণজন্মা শিল্পী ড০ ভূপেন হাজৰিকাৰ আজি ওপজা দিন। এটা শতিকাৰ পূৰ্বে জন্ম হৈছিল আমাৰ সকলোৰে শ্ৰদ্ধাৰ, আমাৰ সকলোৰে মৰমৰ ভূপেনদাৰ। বিশ্বৰ প্ৰতিটো প্ৰান্ততে প্ৰতিজন অসমীয়াক গৌৰৱান্বিত কৰা ড০ ভূপেন হাজৰিকা অসমৰ গৌৰৱ, অসমীয়াৰ স্বাভিমান।
Assamese শীঘ্ৰেই নীলা জাৰ্চিলৈ উভতিব ৰোহিত শৰ্মা, বিৰাট কোহলী! শীঘ্ৰেই নীলা জাৰ্চিলৈ উভতিব ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা আৰু তাৰকা বেটাৰ বিৰাট কোহলী! ২২ গজত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক চাবলৈ অধীৰ আগ্ৰেহেৰে অপেক্ষা কৰি আহিছে ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলে। (sports), (CRICKET)
Assamese এছিয়া কাপৰ পূৰ্বেই পুনৰ চৰ্চালৈ হাৰ্দিক পাণ্ডিয়া হাৰ্দিক পাণ্ডিয়া, ভাৰতীয় ক্ৰিকেট দলৰ লগতে বিশ্বক্ৰিকেটৰ এজন ষ্টাৰ অলৰাউণ্ডাৰ। খেলপথাৰৰ লগতে বিভিন্ন সময়ত ব্যক্তিগত জীৱনৰ বাবেও চৰ্চালৈ আহে তাৰকা ক্ৰিকেটাৰগৰাকী। শেহতীয়াভাৱে এছিয়া কাপৰ পূৰ্বে পুনৰ চৰ্চালৈ আহিছে ক্ৰিকেটাৰগৰাকী।