Advertisment
Jyotiprasad Sarma

Jyotiprasad Sarma

Zubeen Garag
Assamese

জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত উচুপি উঠিল পত্নী গৰিমা শইকীয়া গাৰ্গ

‘২২টা দিন পাৰ হ’ল, কি হৈছিল আমি একোৱেই নাজানো’। 'জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰক'। '#JusticeForZubeenGarg লিখি ন্যায়ৰ দাবী তোলক সকলোৱে'।
1 Min read
Hamas Attack
Assamese

হামাছে ইজৰাইলৰ ওপৰত চলোৱা ভয়ংকৰ আক্ৰমণৰ আজি দুবছৰ হ'ল।

হামাছে ইজৰাইলৰ ওপৰত চলোৱা ভয়ংকৰ আক্ৰমণৰ আজি দুবছৰ হ'ল। হামাছে ইজৰাইলৰ ওপৰত নিৰ্মমভাৱে আক্ৰমণ কৰে। হামাছে ইজৰাইলত ৪৩০০ৰো অধিক ৰকেট নিক্ষেপ।
2 Min read
Nepal
Assamese

নেপালত বান-ভূমিস্খলনত ৫২জনকৈ লোকৰ মৃত্যু

সকলোতকৈ ক্ষতিগ্ৰস্ত হৈছে নেপালৰ কোশী প্ৰদেশ। ২৪ ঘণ্টাত কোশী প্ৰদেশত মৃত্যু মুখত পৰে ৩৭জনকৈ লোক। কেইবাজনো লোক আহত হোৱাৰ সমান্তৰালকৈ বহু লোক নিৰুদ্দেশ হোৱাৰো তথ্য পোহৰলৈ।
1 Min read
Laxmi Puja
Assamese

আজি ধন, ঐশ্বৰ্য, বিভূতিৰ দেৱী মা লক্ষ্মীৰ পূজা

আজিৰ এই পৱিত্ৰ দিনটোতেই ধৰালৈ আগমন ঘটে মা লক্ষ্মীৰ। দেৱী মা লক্ষ্মীৰ আগমনত ধৰাৰ বুকু শস্য-শ্যামলা হৈ পৰে। পবিত্ৰ মনেৰে মা লক্ষ্মীৰ পূজা কৰিলে বৃদ্ধি পায় সুখ-সমৃদ্ধি।
2 Min read
Darjeeling heavy Rain
Assamese

দাৰ্জিলিঙত ধাৰাসাৰ বৰষুণ-ভূমিস্খলন, নিহত ১৭

দাৰ্জিলিঙত বৰ্তমানপযৰ্ন্ত অতি কমেও ১৭গৰাকী লোকৰ কৰুণ মৃত্যু হয়। কেইবাজনো লোক নিৰুদ্দেশ হোৱাৰ খবৰ। বৰষুণ, ভূমিস্খলনত সা–সম্পত্তি, আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন হয়।
2 Min read
Garima Garag
Assamese

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গ্ৰহণ নকৰিলে গৰিমাই

GMCHত কৰা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লৈ SITৰ দল উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গৰ কাহিলিপাৰাৰ বাসগৃহত।
2 Min read
DURGA PUJA
Assamese

আজি শাৰদীয় দুৰ্গোৎসৱৰ মহাঅষ্টমী

আজিৰ মহাঅষ্টমীৰ দিনা মা দুৰ্গা দেৱীৰ অষ্টম ৰূপ মহাগৌৰীক পূজা কৰা হয়। প্ৰবাদমতে কঠোৰ তপস্যা কৰি দেৱী দুৰ্গাই গৌৰ বৰ্ণ লাভ কৰিছিল বাবে তেওঁৰ নাম মহাগৌৰী। 
2 Min read
Incident
Assamese

গুৱাহাটী মহানগৰীত শিহৰণকাৰী, চাঞ্চল্যকৰ ঘটনা।

স্বামীয়ে জীৱন্তে জ্বলাই দিলে পত্নীক। মহানগৰীৰ দক্ষিণগাঁৱৰ হাচিব পথত সংঘটিত এই ভয়ংকৰ হত্যাকাণ্ড। মাজনিশা কুন্দৰ হৰী নামৰ এজন লোকে জীৱন্তে জ্বলাই দিলে পত্নীক।
2 Min read
DURGA PUJA
Assamese

আজি শাৰদীয় দুৰ্গোত্‍সৱৰ মহাসপ্তমী।

মহাসপ্তমীৰ দিনটোত দেৱীৰ সপ্তম ৰূপ মা কালৰাত্ৰীক পূজা কৰা হয়। প্ৰচলিত বিশ্বাস মতে সপ্তমী তিথিৰ পৰা আৰম্ভ হৈছিল মহিষাসুৰৰ লগত যুদ্ধ। মা কালৰাত্ৰীয়ে অসুৰক বধ কৰিছিল। 
2 Min read
Duga Puja
Assamese

হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ হ'ল দুৰ্গা পূজা বা দুৰ্গোৎসৱ

আহিনৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ দিনাৰ পৰা আৰম্ভ হৈ দশমীপৰ্যন্ত থাকে এই দুৰ্গোৎসৱ। এই পাঁচদিন যথাক্ৰমে ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী।
2 Min read
Advertisment